পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬২
অসমীয়া সাহিত্যৰ চানেকি।

চেতন লভিয়া শোকে বিলাপ কৰিলা।
সীতাক বিচাৰি পুনু বনত ভ্ৰমিলা॥
সম্পাতিৰ হন্তে পাছে বাৰ্ত্তাক লভিলা॥
অনন্তৰে বানৰক সহায় কৰিলা॥