পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/১৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
অসমীয়া সাহিত্যৰ চানেকি।

হৰি হৰ যেখন ভৈইল একেকাই।
আৰ কেহো নাদেখি ব্ৰহ্মায়ে বিনায়॥
হৰিবংশ পুণ্য কথা মধুময় বাণী।
শুনিলে সম্পদ বাঢ়ে খণ্ডয় বিঘিনি।

মনেৰ বাঞ্চিত সিদ্ধি যাহা্ক শ্ৰৱণে।
হৰি পৰশনে কৰি পীতাম্বৰে ভণে॥


⸺⸺