________________
(৭৮ অসমীয়া সাহিত্যৰ চানেকি। তাসম্বত দয়া দৃষ্টি পৃবি মনোবথ। দিব্য বথে চড়ি গৈল। দ্বাৰকাৰ পথ। সন্ধ্যাকাল ভৈল ঘোৰা সবো ভাগবিল। উপৰিকাত হৰি সিদিনা বহিল। একাদশে দ্বাৰকা সমাপ পায়। হবি। পাঞ্চজন্য শঙ্খক ফুস্কিল। বঙ্গ কবি। আসিল। গোবিন্দ জানি দ্বাৰক। নিবাসী। ফল ফুল ধৰি ৰঝাই গৈলা বাশি ৰাশি॥ স্তুতি নতি কবি বতি প্ৰাৰ্থিলা কৃষ্ণত। তাসম্বাৰো হবি পৃবিলাহ হাভিমত। দ্বাদশ অধ্যায়ে পৰীক্ষিত উতপতি।। গৰ্ভতে দেখিলা যিতো কৃষ্ণ যদুপতি। উপজিল পৌত্ৰ যুধিষ্ঠিবে দেখিলন্ত। ঋষিগণ আনি জাতকৰ্ম্ম কৰাইলন্ত॥ তা সবে গুণকৰ্ম্ম কহিলা বিস্তাৰ। ব্ৰাহ্মণক দান ৰাজা দিলন্ত আপাৰ॥ পাছে বাজ। জ্ঞাতি বধ গ্লাপৰ কাৰণ। অশ্বমেধ যজ্ঞৰ কৰিলা আয়োজন। পৰম আদৰে মাধৱক নিয়াইলন্ত। গৈয়া যদুদেবে মহা যজ্ঞ কৰাইলন্ত। এয়োদশে বিদ্যুৰ হস্তিনাপুৰে গৈলা। শুনি ধৰ্ম্মৰাজা মহাসমে নিয়াইলা। পুছিল। কুশল বাৰ্তা অনেক তাহান্ত। সকলে কহিলা বিনে যাদৱ বৃত্তান্ত। পাছে ধৃতৰাষ্ট্ৰৰ জন্মায়। বিৰকতি। উপায়ে বিদুৰে তাৰ সাধিলন্ত গতি। ধৃতৰাষ্ট্ৰ গান্ধাৰীৰ শোকে যুধিষ্ঠিৰ। কৰিলা অনেক শোক বিকল শৰীৰ। আসিয়া নাৰদ ঋষি কৰিলাহ। শান্ত। প্ৰকাৰে কহিলা তান্ত সকলে বৃত্তান্ত॥