সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬২
অসমীয়া সাহিত্যৰ চানেকি।

দেখিলে গোৱালী,
নানা চাতুৰালি,
কি কহিবো আয়,
নদোহান্তে গায়,
ঘৰে পশি যায়,
কপিক খুৱাই,
কি ভৈল দুৰ্জ্জন,
কৃষ্ণৰ কাৰণ,
শুনি হেন বাণী,
নেত্ৰে বহে পানী,
স্নেহ সম্পজিল,
অশ্বাস কৰিল,
সঙ্গে শিশুগণ,
মৃত্তিকা ভক্ষণ,
দেখি শিশু ঝাক,
শুনি ৰাণী তাক,
কেনে মাটি খালি,
নখাইলোহো বুলি,
সকল জগত,
হৰিক মনত,
বোলন্ত বিস্ময়,
মনুষ্য নোহয়,
দিনেক প্ৰভাতে,
দধিক তথাতে,
আসি দেৱ হৰি,
ৰৈলা ৰঙ্গ কৰি,
আনিয়া নন্দন,
কৰি ঘনে ঘন,
দুগ্ধ উথলিয়া,
পুত্ৰক এড়িয়া,

   

শিশু বনমালা।
কৰন্ত ধুৰ্ত্তালি॥
কৃষ্ণৰ অপায়।
বৎসক পিয়ায়।
দধি দুগ্ধ খায়।
ভাঙ্গিয়া পেলায়।
তোমাৰ নন্দন।
নৰহে জীৱন॥
লাজে চক্ৰ পাণি।
দেখি নন্দৰাণী।
সাৱটি ধৰিল।
মুখে স্তন দিল।
খেলে নাৰায়ণ।
কৰিল তেখন।
বোলে যশোদাক।
খঙ্গে বোলে বাক।
অৰে বনমালী।
দেখাই মুখ মেলি।
দেখন্ত গৰ্ভত।
স্মৰন্ত ডৰত।
মোহোৰ তনয়।
ঈশ্বৰ নিশ্চয়।
ৰাণী নিজ হাতে।
মথন্ত সাক্ষাতে।
মথনিক ধৰি॥
দেখিলা সুন্দৰী।
বদন চুম্বন।
পিয়াইলন্ত স্তন।
পড়য় দেখিয়া
গৈলা লৱড়িয়া।