পৃষ্ঠা:অসমীয়া সাহিত্যৰ অধ্যয়ন.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ অধ্যয়ন

ভছগা “তলসৰা ফুলৰ দুটি”, “কমতাপুৰ ধ্বংস কাব্য”, “বিহিনীৰ বিলাপ কাব্য”, “তিৰু তাৰ আত্মদান কাব্য” আদিৰে অসমীয়া সাহিত্যলৈ আধুনিক কাব্যৰসৰ এটি নতুন স্মৃতি বোম্বাই জীপ দিওঁতা; “প্ৰাণৰ জিতেন” প্ৰভৃতি এবুৰিমান হলেও অনুপম এ-কবিতাৰ ভিতৰেদি বৰ্তমান পদ- লালিত্যৰ সম্পদ বঢ়াওঁতা, 'মালি” উপস, ‘চকুলো” পস্নকোষ আদিৰ উপৰিও এতিয়াও পোহৰৰ মুখ দেখিবলৈ নোপোৱা “আহোমৰ দিনৰ যে বিপুল গ্ৰন্থ তো হিতেশ্বৰ বৰবৰুৱাৰ পৰিত্ৰ সোঁৱৰণত