পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

লৰাপাঠ।

দ্বিতীয় ভাগ।


সংযোগী আখৰ।

য ফলা।

ক্য খ্য গ্য চ্য জ্য ট্য ঠ্য

ঢ্য ণ্য ত্য থ্য দ্য ধ্য ন্য

প্য ভ্য ম্য য্য ল্য ব্য শ্য

ষ্য স্য হ্য ক্ষ্য।

ক্য কুবাক্য কোৱা অযুগুত।

খ্য ভাল কাম ন কৰাকৈ কোনে বিখ্যাত হব পাৰে?

গ্য কাৰো সৌভাগ্য সদাই একে দৰে নে থাকে।

চ্য বেয়া বিষয় কেতিয়াও আলোচ্য ন হয

জ্য বাণিজ্যেই মাথোন ধন পোৱাব ঘাই উপায

ট্য নাচ ঘৰক নাট্যশালা বুলি কয়।

ঠ্য শিক্ষাসাৰ পুথি লৰা বিলাকৰ পাঠ্য।