পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- ( ১৮ হাতীৰ স্বভাব নিচেই নৰম। সি বড় বলী আৰু লগতে পােহ লয়। একুড়ি পাঁচোটা মানুহে যি বােজা নিব নোৱাৰে, সি তাকো সুগমে লই যাব পাৰে। হাতীৰ দ্বাৰ। আমাৰ বহুত উপকাৰ হয়। সি ন হলে আমি হাবিয়নী বাটে দি যাব নােৱাৰে।। হাতীৰ বুধি অতি অচৰিত। তাক কোনো- বাই হাহিলে বা প্রশ সিলে সি তাক বুজিব পাৰে অাৰু ছল পালে তাৰ পেট তোলে। সি বহু দিন লৈকে জীয়াই থাকে। নয় অমূল্য। যি সময় এবেন সায়, সেই সময় অকে- উভতি নাহে। ঘৰ বাড়ী, কাপােৰ কানি, ধান চাউল আদি কৰি বস্তু বিলাক নষ্ট হলেও ধন দিলে অাকৌ পোৱা যায় , কিন্তু পাচিয়ে পাচিয়ে ন সলাই ও যোৱা সময় পুনৰ পােৱা নে যায়। এতেকে এ সময় পোৱা গইছে, তাৰ এদাড়ে। মিছ। কামত খেদোৱা উচিত ন হয়। সি লৰাই আল বয়সত সময়ৰ গুণ নুবুজি, খেল, দল, আৰু 2