পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৫ ] মেকুৰী। মেকুৰি বােৰ মানুহৰ বড় উপকাৰী। সিহঁতে নিগনি বােৰ ধৰি খায়। সিহঁতৰ নখ বােৰ বেঁক। আৰু জোঙ্গাল। যেতিয়া মানুহে মৰম কৰি সিই- তক কোলাত লয়, তেতিয়া নখ বােৰ কেঁচাই থয়। মেকুৰি বিলাকে একে বেলি এই চাৰি পাঁচ- টাকৈও পােৱালি জগায়। ওপজাৰ পাছত পােৱালি বোৰৰ ঢকু কেইন। দিনলৈকে মুদগই থাকে। মেকুৰ বিলাকে কোনাে দত্ত ধৰিবৰ আগেযে চোপ নাই থাকে। পিছে লখ কৰি তাৰ ওপৰত পিয়াই পড়ে। জন্তুটো মাৰিবৰ আগেয়ে নানা {ধ যাতনা দিয়ে। এনেলি এড়ি দিয়ে অকে। অকে এড়ি দিয়ে অকে ধৰে । এনেকৈ ধেমালি কৰি পিছে তাক মাৰে । সে কুৰি বিলাকে অর্থাৰত ভালকৈ দেখিবলৈ পায়। আন্ধাৰ ৰাতি সিহতৰ চকুৰ মণি জিলেকে। সিহতে ভাত আদি কৰি যিয বস্তু খায়, সকলে। তকৈ মাছ মঙহকেই বড় ভাল পায়। সিহতে ঔণধৰ বাবে কেতিয়াবা ঘাহে খায়। ধৰে, >