পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

L বােৰ বস্তু, যাৰ সকলোৱে সমান গৰাকী, তাত বাজে অনি সকলাে বস্তু শ্ৰমেৰে হে পােৱা যায়। যি মানুহে যিমান শ্ৰম কৰে, সি তিমান বিদ্যা, জ্ঞান, ধন, আৰু সুখ পায়। ইংৰাজ বিলাকে যে ইযান বিদ্যাৱন্ত, জ্ঞানৱন্ত, চহকী আৰু সুখীয়। হইছে, পৰিশ্ৰম মাথোন তাৰ ঘাই কাৰণ । শ্ৰম ন কৰা হেতুকে নগা, ডফলা, খামৃতি আদি কৰি পৰ্বতীয়া মানুহ বিলাকে ভাল খাবলৈ পিন্ধিবলৈ অৰু ভাল ঘৰত থাকিবলৈ নে পায় । মহ আদি খাই যেন তেনকৈ দিন কটায়। সিহঁতৰ দুঃখর সীমা নাই; কিন্তু জ্ঞান নথকা হেতুকে সেই সকল দুঃখক এবৈচাও দুঃখ বুলি নে ভাবে। বুজিব পৰা হলে শ্ৰম কৰি সিহঁতৰ অৱস্থা ভাল কৰিলে হেতেন। হে মােৰ প্ৰিয় লৰা বিলাক ! তােমা লােকে এতিয়াৰে পৰা শ্ৰম কৰি বিদ্যা আর্জিব পােরা। তেনে হলে ডাঙ্গ হই ধন আজিব পাৰিবা আন- বড় সুখীয়। হব।। সিহঁতে ফল, মূল, নিসিজা