পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Lol ৬ পৃথিবীৰ গৰ্ভত বহুবিধ ধাতু আছে। ৰ্ম্ম অধর্মী মানুহৰ জীয়াই থকা ন থকা দুইও সমান। য সূৰ্য্যেই গােটেই খন সংসাৰ পােৰ কৰে। ল কেতিয়াও নির্লজ্জ ন হবা। শ পৰামৰ্শ নাে লােৱাকৈ কোনাে কাম নকৰিবা । ধ কাকে ঈর্ষা কৰিব নে পায়। ই পিতৃ মাতৃ অতি পূজাৰ্হ। উক, ক খ গ, ঙ্গ ঘ ক্ষ চ, স্ত হু দ নধ, ন্ধ ন ম্প * স্ব ভ স্ম। ঙ্ক অহঙ্কাৰক মনত ঠাই নি দিবা। অ শঙ্খ বােৰ সাগৰত ওপজে। ঙ্গ সৰহকৈ টেঙ্গা খালে নৰিয়া পড়িবা। ঙ্ পিতৃ মাতৃৰ কথা লঙ্ঘন কৰিব না পায়। ক্ষ বড়কৈ আকাঙ্ক্ষা ন কৰিবা। লৰা বিলাকৰ মন সদাই চঞ্চল। ঞ্ছ চুৰ কৰিবলৈ বাঞ্ছা ন কৰিবা ।