পৃষ্ঠা:অসমীয়া ল'ৰাপাঠ Part 2 Ed. 5th.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 9 ) ত, ওঁ র্থ দ, ধ, দ্ধ ন প ব ব র্ভ ম, স্ম র্য, র্য্য ল শ ষ হ। ক কর্ক ভাত খােৱা ভাল ন হয়। খ ভদ্র মানুহৰ সমাজলৈ মূখ যাব নােৱাৰে। গ যি অনেক বিষয়ত পাৰ্গত হয়, তাক সক- লােৱে আদৰ কৰে। ঘ দীর্ঘজীবী হােৱা বহু পুণ্যৰ ফল।

  • ঈশ্বৰক সদাই অর্চনা কৰিবা ।

চ্ছ শােকত মূৰ্ছিত ন হবা। র্জ এলেহুৱা মানুহে ধন আর্জিব নােৱাৰে । ঝ নিঝৰিণীৰ গতিৰ একো ঠিকনা নাই। র্ণ কর্ণে নুশুনা মানুহক কলা কয়। ওঁ এক মুহূর্ত কালো এলাহি কৰি নেখেদাবা। র্থ বিদ্যা শিকিবলৈ পুৰুষাৰ্থ কৰা। দ্দ নির্দোসী হবলৈ যত্ন কৰিবা। ব্ধ যােৱা সময়ৰ তিলার্ধ ও উভতি নাহে। ন বিকামৰ পৰা দুনাম হয় সেই কাম কেতিয়াও ন কৰিবা। প কির্পিণে অন্যলৈ ধন ধাঁচে। ৰ্ব হিমালয় পর্বত সকলোতকৈ ওখ ।