পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯৪ মৌখিক অঙ্ক। (এক ছটাকৰ দাম জানা থাকিলে এক মোণৰ দাম উলিয়া বৰ নিয়ম। ) ১০। এক সিকি দৰ যদি ছটাকৰ হয় । এক শত যাঠি টকা মোণত নিশ্চয় ॥ অনায় চল্লিশ টকা গঙায় দুই টকা। কড়া প্রতি আঠ অনা মোণে কৰা লেথ। ॥ অর্থ। ছটাকৰ দাম ১ সিকি হলে মোণত ১ ৬০০ টকা, এক অন৷ হলে ৪০০ টকা, ১ গঙা হলে ২ টকা, আৰু ম কড়া হলে আঠ অনা হব। । যেনে . ১ ছটাকৰ দাম দ• সিকি হলে ১ মোণৰ দাম’ত গুণ ১৬০ টকা অর্থাৎ ৪৮০১ টকা হব। ১ ছটাকৰ দাম • অনা হলে ১ মোণৰ দাম ২ গুণ ৪০ টকা অর্থাৎ ৮০% হব। ১ ছটাক ঘিউৰ দাম ১৬ গঙা হলে ১ মোণৰ দাম ১৬ গুণ ২ টকা অর্থাৎ ৩২ টকা হব। ১ম প্ৰশ্ন । ১ ছটাক বস্তুৰ দাম অ. ০ি১২৷৷ ; ১ মোণৰ দাম কিমান ? পাতনঃ-সিকি প্রতি ১৬০ টকা হিঃ ১• সিকিত ৪৮০ অনা , ৪০° » , o• অনাত ১২০ গণ্ড।। ৯। ২{ > » ১২ গণ্ডাত ২ ৪ কড়া ৯। ॥০ অনা । খী কড়াত ১৭ এক মোণৰ দাম ৬২৫ ( এক তোলাৰ দাম জানা থাকিলে এক মোণৰ দাম উলি যাবৰ নিয়ম। )