পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মোখিক অঙ্ক। ৪২। কপাহৰ মোণে ট. ১৬|• হলে মো. ৩||৫ সেৰৰ দাম। কিমান ? উঃ ট. ৫৮১০ ৪৩ । তেলৰ মোণে ট. ১১০ হলে মো. ৮/৫ সেৰৰ দাম কিমান ? উঃ ট. ৯১১০ ৪৪। চেনিৰ মোণে ট. ১২৷৷ হলে মো. ২৷৷৭৷৷৩ পোৱাৰ দাম কিমান ? উঃ ট. ৩৩||/১০ ৪৫। পিতলৰ মোণে ট. ৩১০ হলে মো. ২০ সেৰৰ দাম কিমান ? উ: ট. ৭০\/• মোণ কষ । লঘুৰ পৰা গুৰু। ( এক সেৰৰ দাম জানা থাকিলে এক মোণৰ দাম উলিয়া বৰ নিয়ম।) ৮। খৰিদ কৰিব সেৰ দিয়া যত কড়৷ । কড়া প্রতি আধা অনা এক মোণে ধৰা ॥ গণ্ডপ্রতি দুই অনা পয়সায় দহ অনা । অনা প্রতি আঢ়ই টকা মোণৰ দাম জানা ॥ অর্থ। এক সেৰৰ দাম যিমান, তাৰ কড়া প্রতি হুই পয়সা। গণ্ডা প্রতি হই অনা, পয়সা প্রতি দহ অনা আৰু অন৷ প্রতি আঢ়ই টকা ধৰিলে এক মোণৰ দাম পোৱা যায়। । যেনে ঃ ১ সেৰ ধানৰ দাম ১। কড়া হলে । এক মোণৰ দাম ৫ আধ অনাত ন১০ গণ্ড। হব। ১ সেৰ আলুৰ দাম ২৫ গণ্ডা হলে ১ মোণৰ দাম ১৫ হুগুণে ৩০ অনা অর্থাৎ ১%ন• অনা হব।