পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ত্ৰৈৰাশিক । ৭৫ ২৬। এক মোণৰ দাম ট. ২৩ho• হলে, মো. ৪৫৯৭৮৮ ॥৭০ ছটাকৰ দাম কিমান ? উ; ট. ১০৯৭৭৪৫৪llb/১২/ কাক ত্ৰৈৰাশিক । ৪১। নিৰাপিত তিনিটা । ৰাশিৰে আন এটাৰাশি উলি ওৱাক ত্ৰৈৰাশিক বোলে । সেই নিৰূপিত তিনিটা ৰাশিৰ দুটা এব জাতিৰ আনটো আন জাতিৰ হব লাগে । উলিয়াব লাগিয়া ৰাশিটো নির্দিষ্ট অকল সৰীয় ৰাশিৰ জাতীয় হয়। ৪২। অঙ্ক বহুৱাবৰ নিয়ম —ত্ৰৈৰাশি কৰ অকল সৰীয়া ৰাশিটে৷ সদায় তৃতীয় স্থানত ৰাখিবা । যদি উত্তৰটো তৃতীয় ৰাশিতকৈ ডাঙ্গৰ হবলগীয়া দেখা, তেন্তে এজাতিৰ দুটা ৰাশিৰ ডাঙ্গৰটো দ্বিতীয় স্থানত বহুৱাবা। উত্তৰটো তৃতীয় ৰাশিতকৈ সৰু হবলগীয়া দেখিলে, এক জাতীয় ৰাশি দুটাৰ সৰুটো দ্বিতীয় স্থানত বহুৱাব৷ । তৃতীয় আৰু দ্বিতীয় ঠাইৰ অঙ্ক পাতন হলে, আন ৰাশিটো প্রথম ঠাইত বহুৱাবা । ৪৩। অঙ্ক কষিবৰ নিয়ম -প্রথম তাক দ্বিতীয় ৰাশি ভিন ভিন শ্ৰেণীত থাকিলে । এক শ্ৰেণীলৈ আনা, আৰু তৃতীয় ৰাশি মিশ্র হলে তলৰ শ্ৰেণীলৈ নিয়া । । পাছে দ্বিতীয় আৰু তৃতীয়ৰ গুণফলক প্রথম ৰাশিৰে হৰণ কৰা। ভাগফলেই উত্তৰ হব। ঘদি তৃতীয় ৰাশিক কোনো শ্ৰেণীলৈ অনা হয়, তেনে হলে উত্তৰটোসেই শ্ৰেণীৰ হব। ১ম প্রশ্ন। যদি ২ গজ বনাতৰ দাম ৭ টকা হয়, তেনে হলে ৫ গজৰ দাম কিমান ?