পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্র হৰণ । ৫১ ৫ বেলি গল। বাকি একোৱেই নে থাকিল। এতেকে ভাগফল । ট, ৭uন৫ গণ্ড৷ হল। ৩৬ । ভাজক ৰাশি ২০ তকৈ ডাঙ্গৰ ন হলে নেওতাক সহায় কৰি মনে মনে ভাগ কৰা উচিত। । যেনে: ২য় প্রশ্ন । ১৪ মোণ বিউৰ দাম ট. ৪৯১৬৮৬ পাই হলে ১ মোণৰ দাম কিমান ? ১৪ ) ৪৯১৯০৬ পাই ইয়াত ৪৯১৬ টকাক ১৪ৰে ভাগ কৰিলত ৩৫ ত পাই ভাগফল ৩৫ টকা হল, ১ টকা বাকি থাকিল । ১ টকাত ১৬ অনা আৰু ভাজ্যৰ ১৫ অনায় ৩১ অনা । ৩১ অনাক ১৪ৰে ভাগ কৰাত ফল ২ অন। হল, বাকি থাকি ল '৩ অনা । ৩ অনাত ৩৬ পাই আক ভাজ্যৰ ৬ পাইয়ে ৪২ পাই । ৪২ পাইৰ মাজত ১৪, ৩ বেলি গল, বাকি একো নে থাকিল । ৩৭। যদি ২০ তকৈ ডাঙ্গৰ ভাজক ৰাশিৰ সৰু সৰু গুণনীয়ক জানিব পাৰা, তেনে হলে সেই বিলাকেৰে নেওতাৰ সহায়ে হ্রস্ব ভাগ কৰিবা । সেয়ে হলে অঙ্ক কৰিবলৈ অতি সহজ। হব । যেনে := ৩য় প্রশ্ন । ট. ৪৯৭/১৫ গণ্ডা ৬৩ জন মানুহক সমানে ভাগ। কৰি দিয়। । ৬৩ ৯ ) ৪৯৭/১৫ ৭ ) ৫৫%১৫ ভাই র ৭দন৫ ৩৮। যব ভাগক ৰাশি ১০, ১০০, ১০০০ ইত্যাদি ১০ৰ । কোনো শক্তি হয়, তেন্তে ভাজ্যৰ সোফালৰ পৰা পৃষ্ঠাৰ সমান সংখ্যাৰ অঙ্ক এড়ি এট। ফুট দি নিচেই সহজে অঙ্ক কষিব পাৰি । ফুটৰ বাওফালৰ অন্ধ ভাগফল আৰু ফুটৰ সোফালৰ অঙ্ক ভাগ শেষ । সেই ভাগশেষক তলৰ শ্ৰেণীলৈ নি, তেনেকৈ ফুট মাৰি ভাগফল উলিয়াব লাগে ।