পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ মৌখিক অঙ্ক। ৫ । মো. ৭২ s| a|নক ৩৬,৫৪, ৮৮, ২৫৬, ৩২৫ আৰু ৭৬৮ৰে ঐ ৬ । বি. ৩২J/১২Iনক ১৬,৩৬, ৪৫, ৯৬, ১৪৪, আৰু ৬৭২ৰে ঐ ৭ । ট. ৯৭৬৩৷৷ন১২৷৷ক ৯৭২ আৰু ৮৭৪৮ৰে ৮। ট ৫৬৭৮াJ৬ পাইক ৮৪৭ আৰু ৭৬২৩ৰে ৯ । মো. ৯৬৮৷৷৭৷৷ক ২ ৭৬ ৪৮ আৰু ২৪৮৮৩২ৰে ১০। যি মানুহে প্রতিমাহে ট. ২১০৷৷০১০ অর্জে, সি ৪ বছৰে কিমান আৰ্জিব ? ১১ । যদি এখন গৰুৰ গাড়িত মোণ ১৬৷৷৩৬o চাউল বোজা দিব পাৰি, তেন্তে তেনেকুৱা ৪৮ খন গাড়িত কিমান। বোজাদিব পাৰিম ? ১২। নিতৌ যাৰ ট. ৫Iন১২ থচ তাৰ ৩২৭ দিনৰ খৰচ কিমান ? ১৩। কোনো চহকী মানুহৰ ৮ টা লৰা আৰু ৫ জনী ছোৱালী আছিল । তেও মৰাৰ সময় প্রতি লবাক ট. ৬২৫৬ পাই আক প্ৰতি ছোৱালীক ট. ৪৯০৬/৯ পাইকৈ ভগাই দি গল । তেঁওৰ কিমান টকা আছিল ? ১৪। যদি ১ মোণ তে লৰ দাম ট. ১৪/১০ গণ্ডা হয়, তেনে হলে ৩৬৪ সোণৰ দাম কিমান ? ১৫। কোনো কেঁয়াই ৪২০ টকাত ৩২৫ গজ কাপোৰ । কিনি গজে পতি ট. ১০১২৷৷ কৈ ২০০ গজ, অৰু ট. ১।১৩ গণ্ড গেজ হিসাবে বাকি কাপোৰ বেচিলে । ইয়াত তাৰ কিমান লাভ হ ল ? ১৬ । যি মানুহে বছৰেকত ১৯১০১ টকা অর্জে আৰু নিতৌ ট. ৩ানু১০ হিসাবে খৰচ কৰে, সি ৪ বছৰে কিমান সাচিব পাৰিব ? ( ৩৬৫ দিনে ১ বছৰ )