পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিশ্র পূৰণ । ৫৩ মিশ্র পূৰণ । ২৯। কোনো মিশ ৰাশিক অমিশ্ৰ ৰাশিৰে গুণ কৰাৰ নাম মিশ্ৰ পূৰণ । ১ম প্রশ্ন। ট. ১৬৯/১০ গঙাক ১ৰে পূৰণ কৰা। ইয়াত ১ দশকক ৯ ৰে গুণ কৰাত ৯ ১৬Mন/১০ ৯ - দশক হল ; ৯ দশকৰ ১ দশক বহিল হাতত ১৫২১০ থাকিল ৮ দশকত ৪ পোণ । ১৪ পোণক dৰে পূৰণ কৰাত ১২৬ পোণ হল, ১২৬ পোণ আৰু হাতৰ ৪ পোণে, ১৩০ পোণ ১৩০ পোণৰ ২ পোণ বহিল, হাতত ৰল ৮ টকা। । ১৬ক ৯ ৰে পূৰণ কৰি, তাৰে সৈতে হাতৰ ৮ টকা যোগ কৰাত ১৫২ হল । ৩০ । ঘদি গুণনীয়ক ২০ কুড়িতকৈ ডাঙ্গৰ ৰাশি হয়, আৰু সেই ৰাশিৰ সৰু সৰু অন্ধৰ পূৰণৰ পৰা উৎপন্ন হোৱা জানিব পাৰি, তেন্তে সেই সৰু সৰু অঙ্কেৰে ক্ৰমে পূৰণ কৰি উত্তৰ উলি ওৱা অধিক সুবিধা । ২য় প্রশ্ন। চাউলৰ মোণ ট. ৪Iন১২; ৭২ মোণৰ দাম কিমান ? ৮ক ১ৰে পূৰণ কৰিলে ৭২ হয় । ৪|ন১২II ইয়াত ট. ৪৷৫১২৷ ক৮ বে পূণ কৰাত ৮ ট. ৩৫|/% হল। পাছে সেই গুণফলক ৯ৰে ৩৫| ৯ পূৰণ কৰি ৭২ মোণৰ মুঠ দাম ট. ৩১৭দ/• ৩১৭ পোৱা গল । ৩১ । গুণক ২০ তকৈ ডাঙ্গর ৰাশি হলে, একক দশক শতক ইত্যাদিৰ গুণফল বেলেগ বেলেগ কৈ ওলাই সেই