পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ মৌখিক অঙ্ক ৩১। ৩৪০০ গণ্ডাত কিমান টকা৷ কিমান অন ? উঃ ট. ১০০০ ৩২ । ৩৭৭২ অনাত কিমান টকা৷ কিমান অনা ? উঃ ট. ২৩৫ ৫৭ বাজাৰ ওজন । ৪ কড়াত। ১ গণ্ড ৪ ছটাকত, ১৬ কাশ্চাত ১পোৱা ৪ গঙাত বা ৷ বা ২০ তোলাত ১ তোলা ৪ মহাত ৪ পোৱাত, ১৬ ছটাকত ৫ গঙাত বা ১ সের বা ৮০ তোলাত ১ কাচ্চা ৫ মহাত ৫ সেৰত ১ ধাৰ বা পাল্লা ৪ কাষ্ঠাত বা ১ ছটাক ৮ ধাৰাত বা ৪ সেৰত ১ মোণ । ৫ তোলাত ৭-উদাহৰণমালা। ১। ৪৮ মোণত কিমান সেৰ ? উ: ১৯২৩ সেৰ ২। ৩২৫ মোণত কিমান ধাৰ৷ ? উঃ ২৬০০ ধাৰা ৩। ২১৬ মোণত কিমান পোৱা ? উঃ ৩৪৫৬০ পোৱ। ৪ । ৫3 মোণত কিমান ছটাক ? উ৩২০০০ ছটাক

৫ । ২ মোণত কিমান তোলা ? উঃ ৬৪ p০ তোল।। ৬ । ১৯৫০ তোলাত কিমান পোৱা ? উ: ৯৭৫ পোৱা ৭। ২৮৮০ তোলাত কিমান সেৰ ? উঃ ৩৬ সেৰ। ৮। ১৬০০০ তোলাত কিমান মোণ ? উঃ ৫ মোণ । ৯। ৬৩৬৮ ছটাকত কিমান সেৰ ? উঃ ৩৯৮ সেৰ ১১। ৬৩৮০ ছটাকত কিমান ধাৰা ? উঃ ৭৬ ধাৰা ১১। ৯৬০০ ছটাকত কিমান মোণ ? উঃ ১৫ মোণ। ১২ । ৩৫২০ পোৱাত কিমান মোণ ? উ: ২২ মোণ