পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় বাৰৰ বিজ্ঞাপন।

 যি অলপ ভুল আছিল, এবেলি তাক সংশোধন কৰা গইছে আৰু সাঙ্কেতিকৰ প্ৰশ্নসংখ্যা বঢ়াই দিয়া হইছে।

 পঢ়াশালীৰ শিক্ষক মহাশয় বিলাকৰ ওচৰত মোৰ অনুৰোধ এই যে, তেঁওলোকে বজাৰ হিসাবৰ এটা এটা আৰ্য্যা লৰা বিলাকক অভ্যাস কৰাই, সেই সেই আৰ্য্যা অনুসৰি অঙ্কপাতন ভাল দৰে শিকাব। লৰা বিলাকে অঙ্কপাতন শিকিলে, সিহঁতক উদাহৰণমালাৰ অঙ্কবোৰ মনে মনে কৰি উত্তৰ উলিয়াবলৈ আদেশ কৰিব। ইতি

শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তী।

তৃতীয় বাৰৰ বিজ্ঞাপন।

 এই সংস্কৰণত ঠাইয়ে ঠাইয়ে অলপ পৰিবৰ্ত্তন কৰা হল।

১৯ । ৮ । ৮৯
শ্ৰীজয়চন্দ্ৰ চক্ৰবৰ্ত্তী।

OPINION OF THE NOWGONG TEXT-BOOK
COMMITTEE.

 Maukhik Anka or Mental Arithmetic, 3rd Edition by Babu Joy Chandra Chakravarti of Gauhati. The present Edition of the work is fit to be used as a Text-book.

NOWGONG
27th February
1890.

(Sd.) GUNABHIRAM BARUAH
     Secretary