পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২২ মৌখিক অঙ্ক। উ: Mo• ৭ । এক কুড়ি তামোলৰ দাম /৫ গণ্ড ; ৫০০শ তামো লৰ দাম কিমান ? উঃ ট. ১৯০৫ গ. ৮। এক কাওণ তামোলৰ দাম ৫ টকা ; ৩ পোণৰ দাম। । কিমান ? ৯। এক কাওণৰ দাম ট. ৮৷ন• অনা ; ৫ পোণৰ দাম কিমান ? উঃ ট. ২॥১২৷৷ ১০ । এক কাওণৰ দাম ট. ২৫ ; ৭ পৌণব দাম কিমান ? উঃ ট. ১৪০ কাক ১১। এক কাওণৰ দাম ট. 7দন১০ হলে, ৬ পোণব দাম কিমান ? উঃ ট. ২৮০১১গ. ১২। এক কাওণ তামোলৰ দাম ট. ৪৬/১০ ; ৯ পোণৰ দাম কিমান ? উ: ট. ২||১১১wন কাক ( টকাত ইমান কাওণ ইমান পোণ বস্তু পোৱা যায় জানিলে অনা, আৰু গণ্ডাৰ বস্তু উলিয়াবৰ নিয়ম।) ২৭। টকাত কাওণ পোণ যত যায় পোৱ৷ । অনাত কিমান হব লেখ কৰি কোৱ। ॥ কাওণত পোণ ধৰা, পোণে ধৰা পাচ কড়া । গওীত লইবা কাক, লৰা ছোৱালী বিলাক । টকাত কাওণ যত, গণ্ড প্রতি গগু তত । অর্থ । এক টকাত যিমান কাওণ বস্তু পোৱ। যায় অনাত । সিমান পোণ, টকাত যিমান পোণ বস্তু পোৱা যায় অনাত সিমান পাচ কড়া অাৰু টকাত যিমান গণ্ডা বস্তু পোৱ। যায়। অনাত সিমান কাক ধৰিবা । টকাত যিমান কাওণ বস্তু পোৱা যায় প্রতি গণ্ডাত সিমান গণ্ড৷ লব ।