এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
সোণা কষা । ১১৩ ১ম প্রশ্ন। ১ তোলা সোণৰ দাম ১৮ টকা ; ১ ৰতিৰ । দাম কিমান ? ১৮ টকা প্রতি ॥১০ , ইয়াক ৩ ভাগ কৰি ১ ভাগ। বাদ কাটিলে J০ অনা হয়। এতেকে ১ ৰতিৰ দাম ৯০ অনা । ২য় প্রশ্ন । ১ তোলা সোণৰ দাম ১৭ টক৷ ; ৫ ৰতিৰ দাম কিমান ? ১৭ ) টকা প্রতি । ৫ গণ্ডা ; 3 ) | ৫ বাদ9/8| — /৮ এক ৰতিৰ দাম । ন১৬ = ৩য় প্রশ্ন । ১ তোলা সোণৰ দাম ১৯ টকা ; ॥৮০ অনাৰ দাম কিমান ? ১| টকা প্রতি ) • এক অনাৰ দাম ১০০ অনা ] ১১ ॥০০ অনা সোণৰ দাম ট. ১৩) % ৭— উদাহৰণমালা। ১। সোণৰ তোলাত ১৬ টকা ; ৫ ৰতিৰ দাম কিমান ? উ: w/৬|| = ২ । সোণৰ তোলাত ১৮ টক৷ ; ॥o• অনাৰ দাম কিমান ? উ: ট. ১১০ ৩। সোণৰ তোলাত ১৫ টক৷ ; ৪ ৰতিৰ দাম কিমান ? উঃ ট. ৩J• ৪ । সোণৰ তোলাত ১৪ টক৷ ; lনত ৰতিৰ দাম কিমান ? উঃ ট. ৯১ / ৩ ৫ । সোণৰ তোলাত ১৭ টকা ; ৩ মহাৰ দাম কিমান? উঃ ট. ১২৭০