পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূমহ । ১১১ উঃ ট. ২/১ ৫ । যি মানুহে মাহে ৪৫ টক। আর্জে, ৯ দিনৰ তাৰ অর্জ ধন কিমান ? ডঃ ট.১৩|| 0 ৬ । যি মানুহে মাহেকত ৭০% টকা আর্জে তাৰ ২ দিনৰ অর্জ। ধন কিমান ? উঃ ট. ৪৷১৩া - ৭। যি মানুহে মাহিলি ১ ০০ টকা দৰমহা পায়, তাৰ উঃ ট. ৪৩/৬l -= ১৩ দিনৰ দৰমহা কিমান ? ৮। যি মানুহৰ মাহিলি দৰমহা ট্র. ১৫॥•, তাৰ ৪ দিনৰ দৰমহা কিমান ? ৯। যি মানুহৰ মাহিলি দৰমহা ট. ২২doতাৰ ৭ দিনৰ দৰমহা কিমান ? উঃ ট. ৫| ৯| — ১০। মাহিলি যাৰ ট. ২৫৬০ দৰমহা, তাৰ ৩ দিনৰ দৰমহা কিমান ? উঃ ট. ২I/4গ. ১১। বছৰে ৫ টকা দৰমহা হলে ১ মাহৰ দৰমহা উঃ ন১৩া- কিমান ? ১২ । বছৰে ৪২২ টকা দৰমহা হলে ৫ মাহৰ দৰমহ৷ । উঃ ট. ১৭u• কিমান ? ১৩। যি মানুহে বছৰে ৪ টকা আর্জে, তাৰ ৫ মাহ অর্জা উঃ ট. ২৮|/৬ = ধন কিমান ? ১৪। যি মানুহে বছৰে ট. ৩|d• আর্জে, তাৰ ৫ মাহৰ অর্জ৷ ধন কিমান ? উ: ট. ১৷৷৩ - ১৫ । যি মানুহে বছৰে ট. ১৭০ দৰমহা পায়, তাৰ ২ উঃ ট. ২Mন১৩। - মাহৰ দৰমহা কিমান ? ১৬। ৫০ টকা দৰমহ৷ হলে ৫ মাহৰ দৰমহা বছৰে উ: ট. ২০/৬!= কিমান ? ।