পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১ 08 মোথিক অঙ্ক । 99 ১২। ১পোৱাৰ দাম দন• অনা ; তোলাৰ দাম কিমান ? উঃ (১৮গ, ১৩ । ১পোৱাৰ দাম ॥১০ অনা ; ৯ , ,, উঃ । ১৯গ. ১৪। ১পোৱা পিতলৰ দাম ১J• অনা ; ১৩ তোলাৰ দাম । কিমান ? উঃ /১৯গ. ১৫। পিতলৰ পোৱাত ১/১০ গণ্ডা ; ৭ তোলাৰ দাম কিমান ? উঃ /৪৷৷ কড়া ১৬ । পিতলৰ পোৱাত ১/১১। কড়া ; ১৩ তোলাৰ দাম কিমান ? উঃ ১৬/ কাক ১৭। মুগা সূতাৰ পোৱাত ট ২l৯১২। ; ১তোলাৰ দাম কিমান? উঃ ১৮|, কাক ১৮। পাট তাৰ পোৱাত ট৩৬১৭ ; ১তোলাৰ দাম কিমান ? উঃ %M/১৬তিল কৃ (টকাত ইমান মোণ, ইমান সেৰ, আৰু ইমান পোৱা বস্তু পোৱা যায় জানিলে অনাৰ বস্তু উলিয়াবৰ নিয়ম।) ১৬। টকাত ইমান মোণ অনাত কিমান ? মোণে পতি আঢ়ই সেৰ অনাৰ প্ৰমাণ ॥ টকা প্রতি সেৰ যত, অনাত ছটাক তত । টক। প্রতি যত পোৱ, অনাত তত কাচ্চ। লোৱা ॥ অর্থ । এক টকাত যিমান মোণ বস্তু পোৱা যায়, এক অনাত সিমান অঢ়ই সেৰ ধৰিবা । এক টকাত যিমান সেৰ । বস্তু পোৱা যায় ; এক অনাত সিমান ছটাক, আৰু এক টকাত মান পোৱা বস্তু পোৱা যায়, এক অনাত সিমান কাচ্চা ( ৫ মহাত ১ কাচ্চা ) ধৰিবা ।