পৃষ্ঠা:অসমীয়া মৌখিক অঙ্ক.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০২ মৌখিক অঙ্ক অনা প্রতি এক পয়সা কড়া প্রতি কাক। গঙা প্রতি এক কড়া হাৰ জানিবাক ॥ তাৰ পিছে তোলা প্রতি কত হয় শুনা। টকা প্রতি ১৬ গণ্ডা কৰিব। গণনা ॥ অন। প্রতি এক গণ্ডা গঙায় মোল ভিল । কড়া প্রতি চাৰি তিল জানিবা মুশীল ॥ অর্থ । পোৱাৰ যিমান দান তাৰ টকা প্রতি এক সিকি, অনা প্রতি এক পয়সাগণ্ডা প্রতি এক কড়া, কড়া প্রতি এক কাক ধৰিলে এক ছটাকৰ দাম পোৱা যায় । আৰু পোৱাৰ যিমান দৰ তাৰ টকা প্রতি ১৬ গণ্ডাঅনা প্রতি ১ , গণ্ডা প্রতি ১৬ তিল আৰু কড়া প্রতি ৫৪ তিল ধৰিলে ১ তোলাৰ দাম পোৱা যায় । ১ম প্রশ্ন । এক পোৱাৰ দাম ট. ২৷৷ ১৩৬ কড়৷ হলে ১ ছটা কৰ দাম কিমান? পাতন ঃ–টকা প্রতি • সিকি হিঃ ২ টকাত ॥৩ অনা , ১ পয়সা , | ০০ 0অনাত ন১৫ গণ্ডা ,, ৭ কড়া , ১৩গণ্ডাত ৩৷ কড়া , // কাক , কঁকড়াত ৫০০ এক ছটাকৰ দাম ॥১৮laকাক

  • ২য় প্রশ্ন । ১ পোৱাৰ দাম ৩ টকা, ৭ তোলাৰ দাম

কিমান ? টকা প্রতি ২৬ গগু হিসাবে ৩ টকাত ০৮ গগুl, এতেকে ৭ তোলাৰ দাম ট. ১১৬ গঙ। ৩য় প্রশ্ন । ১ পোৱাৰ দাম ॥/• অনা : ১৩ তোলাৰ দাম কিমান ? অনা প্রতি ১ গণ্ডা হিসাবে ॥• অনাত ৯ -, এতেকে ১৩ তোলাৰ দাম ১১৭ গণ্ডা ; ১১৭ গঙাত /১৭ গণ্ডা ।