পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমা SO গাৰ Pৎ চা বিটি বল বল চা বা খিং চা মিং চা খাখা কছাৰী দৎ চে বেদত ফাং চে বাং গাং চে চি। মন চে থাখা। অসমীয়া এ মং এজােপা গছ এখন কাপােৰ এটা কথা বা একাষাৰ কথা এটা বাটি এভাল তা বা এড়ােখৰ সূতা এধাৰ মণি। English A piece of flesh A tree A piece of cloth A word থে চা খৰা (বা ৰং) থং চা খিলদিং। | খুৰি থাই চে দৎ চে খুনদুং A cup A piece of thread A string of wers ৰং চা বিপােক দাষ চে লাে ত্রিশ আধ্যা সমাস (Compound words) ৪৯৯। দুই বা ততােধিক পদৰ একপদীভাৱক সমাস (Compound) বােলে। আদি প্রাকৃত (বা বৈদিক ), প্রাকৃত আৰু প্রাকৃতিক ভাষাত সমাস বিৰল। কিন্তু সংস্কৃত ভাষাত ইয়াৰ মাত্ৰা বৰ বেচি। বাস্তৱিকতে সমাস তিনি বিধ :- ১। তৎপুৰুৰ (Determinative)। । ঘ (Co-ordinative)। ৩। বহুব্রীহি (Poscousive)। তৎপুরুষ সমাসক ত লিখা দৰে দুভাগ কৰিব পাৰি, অর্থাৎ (১) প্রকৃত তৎপুরুষ (Dependant determinative compounds). (২) কর্মবায় (Descriptive determinative group or apposi- tional compounds). কর্মধাৰয়ৰ ভিতৰত অব্যয়ীভাব বুলি এবিধ সমাস (Advabial compounds) ভুক্ত আছে। আকৌ বহুব্রীহি সমাসৰ ভিতৰত দুবিধ পৃথক সমাস ভুক্ত থাকে, অর্থাৎ