পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব (abundance of illumination) from জানালী (illumination); পেময় (full of mud) from পেক (mud ); সােণাময় (golden) from সােণা (gold); ইত্যাদি। ৪৭২। মুল (Divation) এই প্রত্যয়ৰ মূল সংস্কৃত ‘ময়ট’ প্রত্যয় আৰু সংস্কৃতৰ দৰেই ইয়াৰ ব্যৱহাৰ হয়। প্রাকৃতত ময়ট’ৰ ঠাইত ‘মই হয় (হেমচ, ১৫০)। যেনে, স, বিম (dangerous, evil) প্রা. বিসমও, বিসমও, অ. বিষময়, বিহময়। পালিতত ‘ময় হয় (কাচ্চা, ৪২৬২); যেনে, স, অয় ( iron ) পা, অয় ; স, অক্ষয় (made of iron), পা, অয়ময় ; স. সুৱর্ণ (gold), পা, মু ; স, মুণময় (made of gold), পা, সুৰাময়। অসমীয়া প্রত্যয়াে তেনে। উনৱিংশ বিধ ৪৭৩। সা. লি. পুলিঙ্গ স্ত্রীলিঙ্গ ১। তি, তী, অতি ১। জয়া। ৩। তিয়া, তীয়া তিয়াল, তীল তিয়ানী, ভীয়ানী ৪। তিয়াৰ, ভীয়াৰ তিয়াৰ, ভীয়াৰ তিয়াৰণী, তীয়াৰণী। তাত হােৱা অৰ্থত সংজ্ঞা-শব্দৰ পাচত এই প্রত্যয় যােগ হয় আৰু লব্ধ শ বিশেষণ হয়। প্রথম ধৰা যু, দ্বিতীয় থৰ দীর্ঘ আৰু তৃতীয় আৰু চতুর্থ বৰা দীর্ঘ আৰু যৌগিক। | প্রথম থ: যেনে, পুৱতি (approaching morning) from পুৱা ( morning); বাপতি (ancestal) from বাপ (father); বেলেগতি ( separated) from বেলেগ (separate, separation); আগলতী (top of a plantain-leaf) from আগল (front or fore-part), আগ (top, front); বাতি (time without number; cf. বাতি- কাল) from বাৰ (twelve or times); পাচতি বা পচতি (ceremony performed on the fifth day o Krisna's birth) from পাঁচ (ive); ইত্যাদি।