পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৮ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পু) ছাগলী (a she-goat, স্ত্রী.) from ছাগ, স. ছাগঃ ; ছাগলঃ ; (a goat); c. “ছাগ শিম বকৰণ। তিনি পাঁচ পােন্ধৰ কীল অকাৰণ।” (The goat, the silk-cotton tree and the crane : three times fve or ifteen blows with the elbow are without cause ); গুলি (horse's mane) from গোঁফ, স, গুঃ (mustache); আচুৱলী (adorned with coloured yarn) from আচু (coloured thread); ইত্যাদি। তৃতীয় থ: এই প্রত্যয়াে সংজ্ঞা আৰু বিশেষণৰ পাচত যােগ হয়। যেনে পহিল (first, সা. লি, ), পহিলা (পু.), মা. প্রা. পঢ়মিল্লে, প্রা. পঢ়মও, স, প্রথমক; কীৰিলি (loud laughter, mirth) from ক্রীড়া, খেলা, প্রা. কীলা (হেমচ. ১২০২), স. ক্রীড়া (sport); কামিলা (useful) from কাম, প্রা. কমাে, স. কর্ম (work); পখিলা (a winged insect, butter-y) from পখা, পাখা, প্রা. পখখা, স. পক্ষ, (wing, feather), cf. “সপ্ত শূন্য পাখা পাখা। বাণ চন্দ্ৰ কৰিব লেখা ।”; মাহিলি (monthly), প্রা, মাসিও, স. মাসিক, অ. মাহী; পেটে পেটাৰি (৭), পেটেৰি (৭) (a cane-basket, a box) from স. পেটাক; ভেবেলা (a dull or stupid person পু.), ভেবেলী (স্ত্রী.) from ভেবা (a fool, block-head ), স. বৰ্বৰঃ (a fool, block-head ) or ভg (lit. smoke); বেঙ্গে, বেঙ্গ। ( an idiot, a dumb পু.), বেহেৰী, বেহুৰী, বেঙ্গী (স্ত্রী.) from পালি বঙ্গো, স, ব্যঙ্গঃ (lit. wanting a imb, deformed); বেছে (poor creature, a term of pity পু), বেচেৰী (স্ত্রী.) from বাছা (child ), প্রা. হচ্ছে, স. বৎসঃ (a boy, son, child ); জেঠেৰি (wife's elder brother) from জেঠা (?), প্রা. জেঠও, স. জ্যেষ্ঠকঃ ( elder brother); ইত্যাদি। | সকলাে লিঙ্গতে দ্বিতীয় পুৰুষৰ সম্বন্ধবাচক শব্দৰ পাচত তুচ্ছার্থে ৰ' বা ‘এ’ আৰু মাধ্যার্থে ‘’ বা ‘এ’ হয়। যেনে, বৌ (elder brother's wife), তােৰ বৌৱেৰ (thy elder brother's wife), তােমাৰ বৌৱেৰ (your elder brother's wife)। সেইদৰে ভাই (brother), ভায়ে, ভায়ে; মা (mother), মাৰ, মা বা মায়ে; সখি (friend) সখিয়ে, সখিয়ে; ইত্যাদি।