পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৩ ভিতৰে Anid, inside, in, স, অত্যন্ত (interior ৩৪০ ) সৈতে With, স, সহিত (accompanied by, together with) হতুৱাই By, by means of, স, হন্ত (hand) নিচিনা Like, স. নিদর্শনা (a figure of speech) কাৰণ,। কাৰণে } For, because, স, কাৰণ (cause) নিমিত্তে On account of, স, নিমিত্ত (cause, motive) সঙ্গে with, স. সংগঃ (meeting, union) নীচে Beneath, স. নীচ (low), নীচৈ (beneath, below) অর্থে For the sake of, স, অর্থ (means) পৰে After, স. পৰ (after) ইয়াৰ বাহিৰে তৎসম অব্যয় ভিন্ন (except). নিকটে (near ), প্রতি (to, towards ), অনন্তৰ (after), হেতু (by reason of ), সহিত (together with), সমান (equal to), ইত্যাদিও চলে। ইচলামিক অব্যয় যেনে, অন্দৰে (in the interior), নজীক বা নগীচ (near ), বাবত বা বাবে (on account of ), বদলে বা বদলি (in exchange for, in the place of), বাদ বা বাদে (after, with the exception of), মাফিত বা মুৱাফিক (according to), দৰে (ইচলা, তৰহ=like, in the manner of ), খাতিৰ (for the shake of) আদিৰৰ ব্যৱহাৰ হয়। | (২) সংযােজক অব্যয় (Conjuction) ৪৭। তলত লিখা কেইবিধ সংযােজক অব্যয় প্রধান। | (ক) যােগাৰ্থক অব্যয় (Copulative conjunction) " ? And, স, অপ, প্রাঃ অৱৰং, অপ, অৱক (agair., moreover) আৰু তবু, । Even then, also, স, তত অপি, অপ, তাে বি বা স, তথাপি, | অপ, তাে বি (even thon) = ১। হেমচ, ৪৩৪৩২; অপ.ৱিগ্নিকাজেই বি পিউ তাে িত আণহি এ =সৱিপ্রিয়কাৰকো যদ্যপি প্রিয়তােপনয়ায়। ২। হেমচ, ৪৩৪১