পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব ৩৯৮। একান্ত শাে’ (to sleep) ধাতু নির্দেশক ৰূপ কাল ১ম পু. ২য়পু, ৩য় পু | মা, নিত্যবর্তমান শশা , শশা শােৱা লােৱে আলী লি। তলে (শুলা, লাক) নতনী অইছে। ইছ ( ইছাহ)। ইছা অইছে (তইছি)। পক্ষে শুইছিলাে এইছিলি ইছিলা অইছিল ভবিৎ বি বা | অনুরূপ নি. ব.. শেও শশা শােৱা শােক বা শােক সম্ভাব্য-ৰূপ শুলাে হেতেন শুলি হেতেন | গুলা হেসে শুলে হেতেন বা বা হয় বা হয় | বা হয় হয় ( শুলা হয়)। | তুমন্ত ৰূপ ক্রিয়ার্থা-ক্রিয়া—ব, শুবলৈ, শুবা লাগি, শােবা। কৃত স. বা বিণ.-শােৱা। সংযােক কৃৎ-ই। নিত্যকৃৎ-শােৱা, শুল। কৃদন্ত ক্রিয়াবিণ.-শোওতে, তলত, শুলে, (গুলি)। ক্রিয়া-কর্তা—শোৱতা, শােৰ (স্ত্রী শোৱতী)। সকর্মক আৰু অকর্মক ধাতুৰ ৰূপ একে; কেৱল সকর্মক ধাতুৰ অতনী কালত তৃতীয় পুৰুষত ‘ইল’ৰ ঠাইত ইলে’ হয়। যেনে, সকর্মক—ললে (he has taken); খালে (he has eaten); দিলে : (he has given); ধুলে (he has washed); সাৰিলে (he has swept); ইত্যাদি। অকর্মক হল (has been); গ'ল (has gone); পৰিল (has fallen); ইত্যাদি। হাঁহ, কাল, আদি কিছুমান অকর্মক ধাতুত এই নিয়ম নাখাটে। যেনে, হাঁহিলে, কান্দিলে, খুলে, ইত্যাদি।