সমস্ত তত্বক আচৰােক পড়ােক পর্বতে উঠি যত | তীর্থত মােক পঢ়োক বেদনিচয়।—মা. দে, দেৱসৰৱ বৃষ্টিৰে শস্য সম্পূর্ণ কৰি তােৰাক বৃদ্ধি কৰাউক।—ভট্ট. দে, (১) সংস্কৃত লােট ‘আনি’ বিভক্তি : প্রাকৃতত ইয়াৰ কোনাে চিন নাই। কিন্তু প্রাকৃতত তাৰ পৰিৱর্তে অমু আৰু আমু বিভক্তি হয়। তাৰ পৰা অপভ্রংত ম লােপ হলে ‘অঙ’ হয়। ই লটৰ আকৃতি। অপভ্রংশ আৰু অসমীয়াত বাস্তৱিকে প্রথম পুৰুযৰ অনুজ্ঞা বিভক্তি নাই। লটু ও উ বা এ ইয়াৰৰ বিভক্তি। (২) সংস্কৃত লােট হি বিভক্তি : এই বিভক্তি প্রাকৃত অহি, অ আ অ হয়। অপভ্রংশত এই বিভক্তি অহি, অই, অউ, অএ (হি, ই, উ, এ) হয়। অসমীয়াত ‘অহি’ পৰা হি, আহি হয়, অসু’ৰ পৰা অস্ আৰু ‘অ’ৰ পৰা অ আ আ হয়, অই’ৰ পৰা অ, মাে (ও), ‘অউ'ৰ পৰা উ বা ও আৰু অ'ৰ পৰা অঅই= আ (বা বা) হয়। প্রাকৃতত ইয়াৰ বাহিৰে ইচ্ছ, ইজহি, ইজ এই তিনি বিভক্তিও হয়। তাৰ পৰা ইয়াে বিভক্তি ওলাইছে অর্থাৎ ইজ=ইয্যই ইয়উইয়ও =ইয়াে। বৈদিকত তাৎ ধি আৰু হি বিভক্তি হয়। তাৎ পৰা অ, আ, ‘হি’ৰ পৰা হি আৰু ধি’ৰ পৰা অহি, আহি, হি হােৱা সম্ভৱ। প্রাকৃত বহুবচনত ‘অহ’ আৰু অপভ্রংশত লটৰ দৰে অই হয় । তাৰ পৰা অসমীয়াত একবচনত অহ, অহহ আৰু অহ হয়। | (৩) সংস্কৃত লােট ‘অতু’ (3) বিভক্তি : এই বিভক্তি প্রাকৃতত অউ (উ) হয় (হেমচ, ৩১৭৩; বৰ, ৭১৮) আৰু অসমীয়াত অউ বা অও (উ বা ও) হয়। তাৰ পিচত আর্থিক ‘ক’ যােগ হলে অউক, অওক (বা উক বা ওক) হয়। কেতিয়াবা উ বা ও লােপ | ১। “দু সু ৱিধ্যাদিদেকমিংত্রােণা।”, হেমচ, ৩১৭৩ | “উ-সু- ৱিধ্যাদিমেকম্মি।”, বৰক ৭১৮; যেনে, হসা অহংeaugh . ২। হেমচ, ৩১৭৩; ললাহি ৱা।”, হেমচ, ৩১৭৪; যেনে, নেহি, হে( Thou givet or you give). ৩। “হিয়ােদি-উ-এৎ।”, হেমচ, ৪৩৮৭; যেনে, মেরি ( you en), স. মূ; বিল (You hang) স. বিল ; কৰে (You do), স, বুক। ৪। অত ইবি হিসুেকো ।”, হেমচ, ৩১৭৫ ৫। Macd. Vedic Grammar. P. 196, 181 ৬। বহুযুত হমাে।”, হেমচ, ৩১৭৬। “বহুৰে ।”, হেমচ, s৩৮৪
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪৩১
অৱয়ব