পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬৮। অনুজ্ঞা ( Imperative mood)। বর্তমান অনুজ্ঞা (Present imperative) বাস্তৱিকে অসমীয়াত প্ৰথম পুৰুষৰ অনুজ্ঞা নাই। বৈদিকতাে নাছিল। নির্দেশক বৰ্তমানৰ বিভক্তিয়ে অসমীয়া অনুজ্ঞা প্রথম পুৰুষৰ বিভক্তি। আন প্রাকৃতিক ভাষাতত প্রায় তেনে। যেনে, অসমীয়া বঙ্গালী উৰিয়া ই, অই লুপ্ত অ, লুপ্ত অ পুরুষ | হিন্দী অ, ওক অই, উ উদাহৰণ মই পঢ়ে। (I read ), তই পঢ় বা তুমি পঢ়া ( Thou readest or you read), সি বা তেওঁ পঢ়ক বা পঢ়োক (Let him read )। অসমীয়া হি, আহি, উ, লুপ্ত অ, আ ৩৬৯। মুল (Derivation): ইয়াৰ মূল সংস্কৃত লােট পুৰুষ সংস্কৃত পালি প্রাকৃত পু. অসমীয়া ১। আনি | মি আমু, আমু ও, ওহহ। ২। হি (=অহি) হি অষ, অহি, অ, অ, আ (রা)। | ইজ্জ, ইজ্জহি, মাে, ইয়াে (ইও), উ, ও অহ, আহা, হু অহু ৩। তু (=অতু তু অউ। ওক, উক ১। আম ম। আমাে, ওঁ, ওঁহাে অহে, অমু ২। ত (=অত) থ অ, আ (রা) মাে, ইয়াে (ইও), উ, ও অহ, আহা, অং, (অহাে তোক, ও, | অক্ (য়, ) অহ হি, আহি, উ, লুপ্ত অ, আ অক্, (য়ক, ৱ) ও উদাহৰণ।—মই বা আমি হওঁ (I or we be); তই বা তহঁত হ বা হউ (Thou be); তুমি বা তােমালােক হােৱা (You be); সি বা সিহঁত ১। Macd, vedic Grammar. p. 126 8 181.