পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬১ (১৪) বিশ্লেষণ-বােধক (Genitive of partton)—যেনে, ভাৰতৰ একাংশ; পানীৰ এচ। (১৫) বিশেষণ-বোধক (Genitive of adjective)যেনে, খাৰৰ পাত্র। | (১৬) অব্যয়-বােধক (Genitive of interjection)—যেনে, জয়! পাণ্ডবৰ জয়! কেতিয়াবা ষষ্ঠী লােপ হয়; যেনে, ৰামনাম ল। ২৬৫। অধিকৰণ-কাৰক (Locative case)। ক্ৰিয়াৰ আধাৰৰ নাম অধিকৰণ। অধিকৰণ কাৰকত ৭মী বিভক্তি হয়। তলত লিখা অৰ্থত সাধাৰণত অধিকৰণ কাৰক হয় :- | (১) স্থানবােধক (Locative of place)যেনে, পৃথিবীত সকলাে অনিত্য ; ‘উবঃস্থলে লক্ষ্মী দিলন্ত দেখা। কষটিত যেন সােণাৰ ৰেখা।'—শঙ্কৰ (২) কাল-বােধক (Locative of time)যেনে, অতীত কালত আসামত কছাৰীসকলে ৰাজত্ব কৰিছিল ; ‘তিনি শাওনে পাণ’—ডাক (৩) পৃথকত্ববােধক (Locative of difference)—যেনে, তােমাত মােত একো ভেদাভেদ নাই। | (৪) সঙ্গ-বােধক ( Locative of contact )—যেনে, গ্ৰীচৰ লগত তুর্কীৰ যুদ্ধ হৈছে। | (৫) বিস্তৃতি-বােধক (Locative of sphere of action)--যেনে, খাজনা তােত মােৰ হাত নাই। | (৬) বিষয়-বােধক (Locative of subject)-যেনে, তাৰ দয়াত খাইছে। | (৭) অৱস্থা-বােধক (Locative of condition)—যেনে, মুক্তিত নিস্পৃহ যিটো’—মা. দে,; ভালত ভাল নাই। | (৮) কৰণ-বােধক (Locative of instrument )—যেনে, 'একপাত শৰে বালী সঙ্কলিলা জীৱ।–শঙ্কৰ (১) তুলনার্থক (Locative of comparision)-যেনে, যাৰ নাই গৰু, সি সততা সৰু।' ২২