পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫১ অসমীয়া বিভক্তি বাৰা সাধিত হৈছিল তেনেকৈ পৰবৰ্তী কালতো তির্যক আকৃতি নতুন যষ্ঠ বিভক্তিৰ চিনৰ দ্বাৰা দেখুৱা হৈছিল। এই তির্যক বিভক্তিৰ চিন তৃতীয়া, চতুর্থ আৰু পঞ্চমী বিভক্তিত হে দেখা যায়। যেনে, ঘৰৰ দ্বাৰা, ঘৰক লাগি, ঘৰৰ পৰা। ইয়াত ক, ৰ ষষ্ঠীৰ চিন আৰু তাৰ পাচত দ্বাৰা, লাগি আৰু পৰা শব্দ-বিভক্তিৰ (posts-position) যােগ হৈছে। সংস্কৃত আৰু প্ৰাকৃতৰ দৰে পুৰণি অসমীয়াত পঞ্চমী আৰু যষ্ঠৰ চিন কেতিয়াবা একে হৈছিল। যেনে, ‘দিল লড় নামি উড়লৰে। শঙ্কৰ ‘কত গুঞ্জাৰ থােকা মাথে মৈৰা-পাখী।, শঙ্কৰ নবম আধ্যা সংজ্ঞা-শব্দ (Noun) অসমীয়া বিভক্তি (Assamese case-afres) ২৪৪। বিভক্তি (case affixes)। ধাতু আৰু প্রাতিপদিকৰ পাচত যিবিলাক প্রত্যয় যােগ কৰি ধাতু আৰু শব্দৰ ৰূপ কৰা হয় সিবিলাকৰ নাম বিভক্তি (verbal and case-afixes : $ ৪১)। তলত অসমীয়া বিভক্তি (case-afixes) দেখুৱা হল। শত যােগ হােৱা প্রত্যয়ৰ নাম শব্দ- বিভক্তি আৰু ধাতুত যােগ হােৱা প্ৰত্যয়ৰ নাম ক্রিয়া-বিভক্তি। একবচন প্রথমা বিভক্তি-০, এ (ই)। দ্বিতীয় বিভক্তি-০, ক। তৃতীয়া বিভক্তি-এ, ৰে, দি, আৰা। চতুর্থ বিক্তিক, লৈ, লাগি। পমী বিভক্তি-পৰা। যষ্ঠী বিভক্তি । সপ্তমী বিভক্তি , ত,। বহুবচনতে বিভক্তি একে ; কেৱল প্রাতিপদিকৰ (base ৰ) পিচত