পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৬ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব খােলা বিভক্তিৰ আকৃতি আৰু তির্যক একবচনৰ চিন আমি পিচত দেখুৱাম ( $ ২৪•)। ইয়াত কেৱল এই কথা মনত ৰাখিলেই হব যে যষ্ঠীৰ একবচনেই তির্যক আকৃতি—একবচন বা বহুবচন, আৰু তাৰ সাধাৰণ আকৃতি ‘এ’। | ২৩১। হুন: সংস্কৃতৰ ৬ষ্ঠীৰ একবচনৰ উস (স্ত) আৰু বহুবচনৰ আম (নাম) প্রাকৃতত যথাক্রমে ‘সস’ আৰু ণঃ হয় (হেমচ, ৩৬,১০)। মাগধী প্রাকৃতত তাৰ বাহিৰে বচনত আহ আৰু বহুবচনত আই হয় (হেমচ, ৪২৯৯ আৰু ৪৩••)। ইয়াৰ পৰ। অপভ্রংশ প্রাকৃতৰ একবচনত সু, হাে বা স আৰু বহুবচনত হম্‌ বা হুম হয়। অপভ্রংশত ৫মী আৰু ৬ষ্ঠ বিভক্তিৰ ১ বর্ণা সাে ডাহ। হেমচ, ৪২৯৯ আমাে চাই । হেমচ. ৪৩০। যেনে, স, ঈদৃশমা , এ. ইদিশাহ। স, ভগদত্তশােণিত =মা. এ- | ভগদত্তশােণিদাহ কুয়ে। স, অকার্যত গহেপি নাতি | কাজাহ গজে বি নবি।, মৃচ্ছক ৮ স, ত দৰিত্ৰচাৰুদগমুক্তা -তাহ দলিচাকদাহ অনুৰা। মৃচ্ছক. ১ অ. স-গণানাং মুখং-মা, এ-শরণাই মুহম্। সতা-মা. .-। সমৰিতাম. এ.-গৰিকাই। স-কণা=মা. এ. কই। ইত্যাদি। ২ “ওঃ মুহঃ *। হেমচ, ৪৩৮। (অপভ্রংশে একাৰাৎ পৰ ঙস স্থানে স, হ, সৰু ইতি এ আদেশ তন্তি)। যেনে, সহল =অপভ্রংশ—দুলহহহ; স. বালা : =অপ. বালহে; স পৰ-পত্ৰ পৰস; স. =ণ । | “আমাে হ”। হেমচ, ৪৩৩৯। (অপভ্রংশেংকাৎ পৰামাে হম ইত্যাদেশে তি।)। “ চেহুৱা”। হেমচ. ৪৩৪•। (অপভ্রংশে ইকাবােকাত্যাং নামে এ হ চাদেশে তত।)। যেনে, স. তৃনাম-পত্ৰ, লম; , তৰুণাহ ।