পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ-বিকৃতিৰ সাধাৰণ নিয়ম ১৭৩। :-দেউল, দল temple, প্রা, দেউলং, দেউলং, স. দেৱকুল (হেমচ, ১২৭১); উৰীয়া grown up to be able to dy, প্রা. উড্ডৱডিঅ-এ, স. উচ্ছাপয়স্তা (হে. ৪৫২); মেলি having opened, অপত্র, মেরি, স, মুক্তা (হে. ৪৩৫৩); তেইশ twenty-three, প্রা. তেৱীসা, স, এয়ােবিংশতি (হে. ১১৬৫); লঙ, লং clove, স, লৱঙ্গম্ ; পাৰ, পাৰা pigeon, প্রা. পাৰাৱও, পাৰৱও, স. পাৰাৱতঃ, পাৰৱতঃ (হে. ১১৮০ ); ধুবা (উ. ধুআ) introductory stanza of a song. প্রা. ধুআ, স, ধুৱকা (কপূ. ১অ); সােণা বা সােণালু (a end of tree), স. সুৱৰ্ণদাৰু ; ইত্যাদি। | ১৭৪। সংবেত cane, প্রা, বেডিসাে, স. বেত (হে. ১২০৭ ) বা, স, বেত্রম্ : সৰি like, , সৰিস, স, সদৃশ (হে. ১১৪২ ); পােব, to burn, স, পুস (. স. প্লোষ= প্রা. পিলােসস) (হে, ২১০৬), স. প্রস্ততি, প্রা. পােলই (হে. ৪৯০)। যেনে, “অনিচ্ছাতাে যেনে অগনি পােলে”–শঙ্কৰ। | ১৭৫। হ :-কিয় (উ. কিঅ ) why, প্রা. কিহে, কিসসা, স. কস্মাৎ (হেমচ, ৪৩৫৬); ল take, প্রা. লহহি, স, লভসে (হে, ৪৩৮৩); পুছ question, প্রা. পুচ্ছহ, স. পৃথ (হে, ৪০৬৪); এওঁ he (honorific), পু, অ, এহে, প্রা. এহহ, স. এষঃ (হেমচ, ৪৩৬২); ভই one of the three myrobalansa kind of tree, বহেড়ও স. বিভীতক: (হেমচ, ১৮৮); মৌ, মউ honey, পা, মহুঅং, মহুঅং, মধুকঃ (হে, ১১২২); কেইবা some, প্রা. কইৱাহম, কইঅৱ, স. কতিপয়ম (হে, ১২৫ ); তেৰ thirteen, প্রা. তেহ, স, ত্রয়ােদশ (হে. ১১১৬৫); উৰল, উড়ল mortar, প্রা. উলুহলম, স, উলুখল (হে. ১১৭১); কুৱা (উ, না) a fog, mist, স, হা; কুৱলী a fog, mist, স, কুহেড়িকা, কুহেলিকা, কুহেড়িকা ; কয় he speaks, প্রা, কহই, স. কথতি (হে. ১১১৮৭); দ de, প্রা, দহহ, স, অহ (হে ২৮৪); ছ shade, প্রা. ছাহা, স. ছায়া (ব, ২১৮); দৰে like, ইচলা, তৰহ; বিয়া marriage, স, বিৱাহ; সিয়ান (ভ. সিমান) mucus of the nose, স. সিংহাণম্ (নং); বৰা boar, স. বৰাহ; যােত বা যােল্প sirteen, পা, সােলস (কাচ্চা. $ ১৬০), . সােহ, সােলহ, স, যােড়শ ( ২৮৯); কানু (Krishna), প্রা, কহহ, পা, কহ (Krishna, black; কাচ্চা, ও ২৮৮) ইত্যাদি।