পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব = = = = -- বা ‘ঘ’। | বর্ণ | বিকৃতি উদাহৰণ যেনে, শিকল chain, প্রা. সকলং, স, শৃংখলং (হে, ১১১৮৯); মাকু, মাকে। shuttle, স. ময়ুখঃ the pin of a sun- dial, বৈদিক-ময়ুখঃ (lit. a peg to keep a web stretched : ঋক ৭৯৯৩)। | যেনে, মুহুদি something chewed after' meal to sweeten breath, প্রা. মুহমুড ঢি, স. মুখদ্ধি (বৰ, ২২৭): শিহা wick, , সিহা, স. শিখা a tuft, a flame. লোপ | যেনে, ঘৰমুৱা homeward, অপ, ঘহিমুহু, স. গৃহাভিমুখ (cf. হেমচ, ৪৩৬৭); মুঈ faced (যেনে, ৰঙামু , প্রা. মুহী, স, মুখী (হে. ৩৭০)। কদাচিত ‘গ’ | | যেনে, ব’হাগ, বৈহাগ name of a month, প্রা. বইসাহা, স, বৈশাখ: (হে. ১১৫১): ৰে line, fringe, প্ৰ, ৰেহা, স. ৰেখা (হে. ৪৩০৩)। যেনে, নগ mountain, প্রাণও, স. নগঃ (ব. ২২)। যেনে, শিয়াল (উ. শিনাল) jackal, প্রা. শিআলা, শিআলে, শিআলকা, স, শৃগাল (ব. ১১১১৭); ৰাও sound, voice, এ. ৰাও, স. ৰাগঃ (হে. ১৬৮); তং the awn of corn, স. শুংগা, ইত্যাদি। কেতিয়াবা। | যেনে, কাকত paper, ইচলা. কাগজ ; ফাকতি josting, তামিল-পাগতি; লাকাম, লাগাম bridle, ইচলা, লাগাম। যেনে, মেঘ cloud, এ. মেহহ, স. মেঘ (হে, ১১৮৭)। | যেনে, গােগ (যেনে, জানিগােগ, বৰিগােগ) intermediate place, স, ঘােংক; শলাগ praise, প্রা. সলাহা, স, গাধা (হে, ২০১•১); শিঙুণ, শেঙুণ mucous of the nose, স, শিংঘাণ; বিগৰে is spoilt. এ. বিগঢ়ই, স, বিঘটতে, ইত্যাদি। | যেনে, হালুক weak, , হলুং , স, লঘুকং; লহ (পু..) slow, প্রা, লং , ল, লঘুকং (হে, ২১২২): cf. “লহ লহ মলয়া তথি বিক”। শ। যেনে, কাচ glass, গ্র, কাও, সকাঃ (ব. ২২)। লোপ ক