পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম head o ear ornament; ঋক, ১০৮৫৮), cf, স, কর্ণিকা, প্রা. কম্নিআ ear-ring; সপন, সপােন dream , সুপিণ, সােপ্পণ (হেমচ, ১৪৬), স. স্বপ্নং; আখা fire-place, স. উখা (lit. fre-place in a sacrifice); ইত্যাদি। প্রাকৃততত হয়। যেনে, মউলং a bud (especially of mango ), স, মুকুলং, অ, মল ; অগম the fragrant aloe wood, স. অগুৰুং, অ. অগৰু (বৰ, ১২২); গলােঈ a medicinal plant, স. গুৰূচী ; ইত্যাদি। পালিত হয়। যেনে, পা, মকুট, স, মুকুটং (a crown, tiara ; কাচ্চা, $ ৩০২)। | ১৩১। উ, ঊ-ৰ ঠাইত কেতিয়াবা ই বা ঈ হয় আৰু কেতিয়াবা এ হয়। যেনে, ভিলা, বুণ্ডা assemblage, প্রা. বদং (হে. ১১১৩১), স. লং; ফিৰিঙ্গতি spark of fire. স. ক্ষুলিঙ্গিনী; ফিছা tail (of fish), প্রা. পুছ (হেমচ. ১০২৬); স. পুচ্ছ, পিচ্ছ; টিং top, summit, স. তুঙ্গ; কেচু earth-worm, স, কু, কিঞ্চিলি (-লু) ক; নেপুৰ anklet, প্রা. ণিউৰম, গেউম্, উৰম্ (হেমচ, ৯১২৩); স. নূপুৰম; ইত্যাদি। প্রাকৃততে হয়। যেনে, পুৰিসস man, স. পুৰুষঃ, অ. পুৰুষ (বৰ, ১২৩); সিল্পী oister, স, শুক্তি, অ. ছিপি (cf. ছিপি বুতাম) (হেমচ, ২।১৩৮); ভিউড়ী a frown, স, কুটি (হেমচ, ১১১০), স. ব্রুকুটিচনা, অ. ভেক্ষুচালি; ইত্যাদি। পালিত হয়। যেনে, পা, পূৰিস, স, পুৰুষঃ (a man; কাচ্চা, ও ২৯১); পা, কিলিস, স. কলুষ (vicious, wicked; কাচ্চা, $ ১৯৯)। | ১৩২। উ, ঊ-ৰ ঠাইত ও হয়। যেনে, আজো esteemed person, great-grand father, প্রা. অজু (হেমচ, ১৭৭), স. আর্য ; কোৰ prince, স, কুমাৰ; থােপা a bunch, cluster, প্রা. ও (হেমচ, ১৭৫), স, স্তৱকঃ ; কোমােৰা, কুমুৰা gourd, প্রা. কোহম, কোহলম হেম, ১১২৪), স, কুং ; মােট a basket, স. মূত; ছাে to touch, প্রা. ছিই, দুঅই, হােজই, স, চুপতি (Vছুপ); আপােন self, own, প্রা. অল্প [ হেমচ, ২১৬৩; $ ৯১(ক) ]; তােণ quiver, প্রা. তােণ, ১। বৰ ২। বৰ ১২২; হেমচ, ১১৭। ১২৩; হেমচ. ১১•১১৩।