পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰ-বিকৃতিৰ সাধাৰণ নিয়ম a strip of cloth fastened round the loins or over the prides); ইত্যাদি। প্রাকৃতভাে উ হয়। যেনে, খুড়িও, খডিও, cut, broken in pieces, স, খণ্ডিত, অ, খুন্দা, কুৰা; গাউও, গাউআ cows, স, গয়, অ, গাই। পালিত হয়। যেনে, পা, নিমুগগগা, স, নিমগ্ন (plunged); পা কুৰুৰ, স, কুৰৰ, অস, কুৰুৱা (osprey)। ১২৫। অ’ৰ ঠাইত ‘এ’ বা ‘ও' হয়। যেনে, নেউল mungoose, স, নকুল; কেকোৰা, কাকৰা crab, বৈ, কট (যজু, ৫৫১৫১), স, কর্কটঃ ; চেলে an upper gament, স, চেলং (a garment); মেখেলা a woman's petticoat, স. মেখলা (a woman's girdle or under-skirt); ধেনু a bow, প্রা. ধনু (হেমচ, ১৯২২), স, ধনুস ; পেঁক mud, প্রা. পমকো (হে, ১১৩•) স. পঙ্কঃ ; নেগুৰ, লেঙ্গু a tail প্রা. ণংগুল, লংগুলম্ (১ ১০১। হেমচ. ১২৫৬); তেকেনা a chia, a young child, স, তন; লেজু rope, স. বন্ধু; তো dininess, বৈ তন্দ্রী (weariness ), স. তত্রি, স্ত্রী (fainting); বেঁকা cooked, বৈ. ৰংকু (ঋক, ১৫১১১২), প্রা. কম, মূকা (হেমচ, ৪৪১২), স. বক্রম; খােলা thrashing loor, স, খল ; পােলা a bundle of straw, বৈ, পলদ, স, পল; ধােপ a kind of tree, স. ধৱ ; পােহা a handful, স, প্রত; মাথােন only, প্রা, মেম্ (হেম, ১৯৮১), স. মাত্রম্ ; খােৰং hollow q a tree, স. কোটৰং; চোতাল courtyard, স, চালঃ (a ground for an oblation or sacrificial fire) বা চৰং (a level spot of powd prepared for a sacrifice, a courtyard); কোনােকা a shell of a cocoa-nut (used as a pot x ladle), স, কৰকঃ; জোৰা a pair, স, অকুটং বা যুগলকং (৪ ২৯৫); ইত্যাদি। | প্রাকৃত হয়। যেনে, লােণং salt, লৱণং, অ, লােণ; সােৱই he sleps, স. অপিতি, অ, শােৱে ; তেৰহ thirteen, স, এয়ােদশ, অ, তে; সো bed, স, শয্যা, অ, সেজা (track), বা শয্যা, (bod); ইত্যাদি। ১। হেমচ, ১৫২-৫৬। ২। “এ শষ্যাধিযু।” বৰ “লৱণনৱমালিকয়ােৱেন। বৰ, ১৭ মে, ১৬০।