পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৪ | অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব শৰৰ ব্যঞ্জন বর্ণৰ এটা সােপ কৰি তৎপূর্ববর্তী স্বৰ সাধাৰণত দীর্ঘ কৰা হয়। এইটো সাধাৰণ নিয়ম। বহুত ঠাইত এই নিয়মৰ লৰচৰ হয়। উদাহৰণ তলত দিলো। কিন্তু সকলে অসমীয়া শব্দ প্রাকৃতৰ মাজেদি আহিছে বুলি ভাবিলে ভুল হ’ব। বহুত শব্দ সংস্কৃতৰপৰা পােনে পােনে অসমীয়ালৈ আহিছে। (ক) ওপৰ বৰ্ণ সােপ-সাধাৰণতঃ অল্প প্রাণ বর্ণ লােপ হয়। ক—ডকা, ডাকা bitten (esp. by snake), প্রা. ডকো, দুট্টো, স. দষ্ট (হেমচ. ২২)। (cf. Gk. dakry, from dak=to bite). যখ miser, প্রা. এখাে (ব. ৩২৯), স. যক্ষঃ (হেমচ. ২৮৯)। চোখা sharp, পা, চোখ, স, চোক (sharp, pungent); থােক bunch, প্রা. থােক, স. তোকং (হেমচ. ২১২৫); বাখানা বা বখানা praise, প্রা. বকখানং স. ব্যাখ্যানম্ (হেমচ. ২৯০)। শুকান বা শুখান ফy, প্রা. সুক, সুখম (হমচ, ২৫), স. শুফং। হক right, ইচলামিক—হ। পুখুৰী pond, প্রা. পােখৰিণী, স. পুষ্কৰিণী (হেমচ. ২৪)। গ-যুগ pair, প্রা. জুগম্, স. যুগ্মং (হেমচ. ২৬২); বাঘ tiger, প্রা. বগঘাে, স. ব্যা: (হেমচ, ২৯০); দী warp of a cloth, length, প্রা. দিগঘাে, স, দীর্থ (হেমচ, ২৯১); মঞ্চ a kind of pulse, প্রা. মগ, স. মদগ: (হেমচ, ২৭৭)। চ-মিছা untruth, প্রা. মিচ্ছা. স. মিথ্যা হেমচ, ২২১); পাছ behind, প্রা. পচ্ছা, স. পন্থাৎ (হেমচ, ২২১); উছাহ exertion, encouragement, প্রা. উজাহাে, স. উৎসাহঃ (হেমচ. ২২১)। হেঁচা pressure, ইচলা, -হেচ্চ; বছৰ year, প্রা. চ্ছৰৰ, স. বৎসৰঃ (হেমচ. ২।২১), (বৰ, ৩৪০)। জ—বুঝি understanding, প্রা. বুঝিঅ, স. বুদা (হেমচ, ২০১৫)। বেজ physician, এ. ৱেজো, স. বৈদ্যঃ (হেমচ, ২২৪); শেজা, track প্রা. সো , স, শ্যা (বৰ, ১৫)। অজ devoid of knowledge (মূখত খাটে), প্রা, অলো , স, অজ্ঞ (হেমচ, ২৮৩)। অখাজ prohibited food, এ. অহাজো , স. অন্তঃ (মাহত খাটে) উ easy, এ. , , খাতু (হেমচ, ১১৩১)। ১। ইলামিক শৰ আৰবী বা ফাটীৰ পৰিৱর্তে ব্যবহৃত হৈছে।