পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সছি একৰণ ৪৩ (is not); জাসি=বাজা+অসি (thou art ing) ; মূলপ্তসিন্ =মূল+ তু+উসি (a root, khus-khus grass); নেখনাগ= নে+এখ+নাগতা (they not having arrived at that place) ; অধমােমক =অপমাে+ ওমক (vile, inferior) ; যােহ= যাে + অহম্ (I, who); চত্তাৰােম = চন্তাৰৰ+ইমে (these four); অথােপপতি =অথাে+উপপতি (again, a paramour); জিন বুদ্ধিতি= জিন+বুদ্ধো +ইতি (Jina-Buddha, it is said ); ইত্যাদি। | (খ) কেতিয়াবা উভয়ে মিলি দীর্ঘ হয়, যেনে—তত্রাবিৰতি=তত্র+ অবিৰতি (great pleasure there)। মহাদানন্দসসামীতি = মহা+ দানন্+ দসসামি+ইতি (I will give the great gift, thus he said )। | ৫৭। ইৰ পাছত ‘উ’ বা ‘এ’ থাকিলে, নাইবা ‘ই’ বা ‘এ’ৰ পাছত ‘অ’ থাকিলে | (ক) ‘ই’ বা ‘এ’ৰ ঠাইত ‘যু হয়। যেনে-জননিধুদধি = জলনিধি + উদধি (sea, ocean); ইত্যাদি =ইতি+আদি (so beginning); অন্তৰিষ্যান্তৰ=অন্তৰিষ্যানি+ অন্তৰন্ (an upper garment, clothing); ত্য পহিলাহােন্তি=তে+অস্সপহিলাহােন্তি (these things have been rejected af, or by, those persons)। (খ) অ’ বা ‘উ’ আগত থাকিলে এনে পৰিবর্তন নহয়। যেনে- সােতি=ে সােত+ইত্ৰে (organ of hearmg); সঘন্ তসােৰসন্ = সন তস+ওস ( his own son, the church); তথেতিতন =তথা এতিত (besides teaching); চখুন্দ্রে = চখু+ইন্দ্রে (the faculty of sight or eye); সাধুতি =সাধু+ইতি (good. this ); ইত্যাদি। ৫৮। উৰ পাছত ‘অ’ বা ‘এ’ থাকিলে বা ‘ও’ৰ পাছত ‘অ’ থাকিলে | (ক) উ’ বা ‘ও’ৰ ঠাইত ‘ব হয়। যেনে-ধাত্বস্তস্স = ধাতু। অন্তসস (to the end of a root); বখে বিহিত=ৱ + এখ+ বিহিতং (landed professions are adjudged in this place); স্বাহ= সাে+ অহম্ (this person, I); ইত্যাদি। (খ) উ’ বা ‘ও’ৰ আগত ‘অ' থাকিলে এই নিয়ম নাখাটে। কিন্তু ‘অ’ৰ ঠাইত ‘আ’ হলে খাটে। যেনে—সিতুদকা=সিত +উদকা (white waters); সংখ্যশ্লোপেতি =সংখ্যন্+ন+উপেতি(enters not intonumber);