পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১ সন্ধি একণ নীলােৎপল, মহা+ঋষি মহৰি, জন+একজনৈক, তথা+এবচ=তথৈবচ, মহা+ওষধি=মহৌষধি, মহা+ঐৰাৱত = মহৈৰাৱত, ইত্যাদি। ৪৫। অ, আ ভিন্ন সাধাৰণ স্বৰ অর্থাৎ ই, ঈ, উ, ঊ, ঋ, , কোন অসবর্ণৰ আগত থাকিলে সিহঁত স্ব স্ব অনুপ অৰত পৰিণত হয়; যেনে —ইতি+আদি =ইত্যাদি, নদী +অ=ন, বধু+আদেশ=বধাদেশ, সু+অল্পস্বল্প, অনু + এষণ =অষেণ, পিতৃ+আলয়=পিত্রালয়, ইত্যাদি। | ৪৬। বর্ণ পাহত থাকিলে গুণস্বৰ ‘এ’ আৰু 'ও'ৰ ঠাইত যথাক্রমে ‘অয়’ আৰু অৱ আৰু বৃদ্ধি ‘ঐ আৰু ৪'-ৰ ঠাইত যথাক্রমে ‘আয়’ আৰু আৱ হয়। যেনে—শে+অন=শয়ন, পাে+ই=পৱিত্ৰ, নৈ+এক =নায়ক, পৌ+অক =পাৱক, ইত্যাদি। (খ) সংস্কৃত ব্যান সন্ধি (Combination of Consonant) ৪৭। কোনাে কোমল বা বর্গীয় সম্বৰনাদঘােষ বৰ্ণৰ আগত বগীয় বিবাৰখাসাঘােষ বর্ণ থাকিলে সি সেই বৰ্গৰ সম্বৰনাদঘােষ অল্পপ্রাণ বর্ণত পৰিণত হয়। যেনে-জগৎ+ঈশ=জগদীশ, ভবিষ্যৎ+ বক্তা = ভবিষ্যদ্বক্তা, জগৎ+জীৱন =জগজ্জীৱন, ইত্যাদি। উলটি বিবাশ্বাসাঘােষ বৰ্ণৰ আগত ‘দ’ থাকিলে সি সেই বৰ্গৰ বিবাৰখাসাঘােষ অল্পপ্রাণ হয়। যেনে—বিপ+ চয় = বিপচয়, ত+ছবি=তচ্ছবি, ইত্যাদি। বিবাশ্বাসাঘােষৰ পাছত ‘ত’ থাকিলে প্ৰথমটো পৰবৰ্তী বৰ্ণৰ বৰ্গৰ অল্পপ্রাণ হয়। যেনে—মহৎ+হত্ৰ = মহচ্ছ, জগৎ+চঞ=জগচ্চক, ইত্যাদি। ৪৮। শেষৰ বৰ্ণটো অনুনাসিক হলে প্রথমটো নিজ বৰ্গৰ অনুনাসিক হয় আৰু বৰ্গীয় বর্ণ নাথাকিলে অনুৰ (ং) হয়। যেনে—ত+মাত্র =তমাত্র, বা+ময়=বায়, দ+শন=দংশন, ইত্যাদি। কিন্তু ‘চ’ বা ‘ক’ৰ পাছত ‘ন থাকিলে নটো মাত্র ‘ঞ হয়; যেনে +না =যা , ৰা +নী= বা, ইত্যাদি। বগীয় বৰ্ণৰ আগত ম থাকিলেও সি সেই পৰৱৰ্তী বৰ্ণৰ বৰ্গৰ অনুনাসিক হয়। যেনে-সম্+ক =স, ইত্যাদি। ৪৯। ত’ আৰু দৰ পাছত শ থাকিলে উভয়ে মিলি , হ থাকিলে

আৰু ল' থাকিলে দু' হয়। যেনে—ত+শব্দ=ত , ত+হেতু

তছে, ত+লিপি=তলিপি, ইত্যাদি। ৫। চ, ২ পাহত থাকিলে বিসৰ্গৰ ঠাইত শ; ট, ঠ পাহত থাকিলে ব’