পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰণ ণ, ন, ঝ, ত, থ, ঢ, খ, গ, ব, গ, ভ, দ এই কেইটা আখৰৰ সংসাৰ, না না ঘােষ প্রযয় হয়। বৰ্গৰ প্ৰথম, তৃতীয়, আৰু পঞ্চম আখৰ আৰু য, র, ল,- ৰ অল্পপ্রাণ প্রযত্ন হয়। আৰু বৰ্গৰ ৰিতীয় আৰু চতুর্থ বর্ণ আৰু শ, ষ, স,ই- । মহাপ্রাণ প্ৰষ হয়। ২৪। মহামতি মেমমূলাৰৰ মতে বর্ণৰ ধৰ্ম বুলিলে তিনটি বিষয় ধৰিৰ লাগে অর্থাৎ (ক) কিহৰপৰা বৰ্ণৰ উদ্ভৱ হয়, (খ) কেনে কৰি বৰ্ণৰ উত্তৰ হয় আৰু (গ) ক’ত বৰ্ণৰ জন্ম হয়। উক্ত পণ্ডিতৰ মতে (ঘ) ত লিখা কাৰণৰপৰা বৰ্ণৰ উদ্ভৱ হয় : | (১) কাৰিত বা ধ্বনিত শাসৰপৰা (of vocalised breath)। ইসক স্বৰবৰ্ণ বোলে। বিবৃত বা অস্পষ্ট (no contact)। (ইয়াত খাস বুলিলেও নিঃশাস হে বুজিব লাগে)। | (২) অৰিত বা ধ্বনিত নােহােৱা সৰপৰা (of breath not vocalised)। ইসৱক অন্ত-উন্মবর্ণ বােলে। ঈষৎ স্পৃষ্ট বা ইতি (slight contact)। | (৩, স্পষ্ট কোলাহল (ধনি)ৰপৰা(of articulate noise)। ইহঁতক স্পর্শ বা বর্গীয় বর্ণ বলে। স্পষ্ট (complete contact)। (খ) তলত 'লেখাৰে বৰ্ণৰ উদ্ভৱ হয়—(১) শব্দ- (vocal cords) সম্পূর্ণ খােলা ৰাখি। ইসৱক বিবাৰশ্বাসাঘােষ ($ ২৩) বা উচ্চাৰণ কঠিন বর্ণ বােলে (surd, tenues, hard or shap)। | (২) শব্দ-জ্জ্ব ওচৰা-ওচৰি কৰি। ইসৱক স নাঘােৰ ( ২৩) বা উচ্চাৰণ কোমল বর্ণ বােলে (sonant, mediae, soft or blunt)। এই পার্থক্য অন্তঃস্থা, উষ্ম আৰু শৰ্ম বর্ণ উভয়তে খাটে। (গ) তলত লিখা ঠাইত বৰ্ণৰ উদ্ভৱ হয় : নানা ঠাইত উদ্যমশীল আৰু নিশ্চেষ্ট অঙ্গ লগলাগি বৰ্ণৰ উৰে কৰে। সচৰাচৰ জিভাৰ গুৰি, আৰু তালুৰ তলভাগ, জিভাৰ আগ আৰু দাত আৰু ১। “হপ্রযন্তেকাশধা। বিবাৰ সংবা খাসােনাদো ঘােযােথ-ঘােযােহারালাে মহাপ্রাণ উাতেই খৰিত্ৰশ্চেতি। খৰৰ বিৰাৰাঃ খাসা অযােবা। হুশ সংৰাৰ নাদা মােয্য। বর্গানাং প্রথমতৃতীয়পংচমা যণশ্চাত্রণাঃ। বর্গানাং দ্বিতীয় দুর্গে। শল মহাৰাণাঃ”। সি. কৌ.৪ ১৩। | S০০ $ 10 note, for explanation of খৰ, হল, যণ আৰু শল।