পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উচ্চাৰণ উচ্চাৰণ না । উচ্চাৰণ কৰোতে গৰৰ বিভাগ আকৃতি মাতৃ, মালা, মায়া। | পূর্বোক্তপ funnel-shaped reso- বিতীয় বিশ্ব | না । ইং father nance cavity কৰপৰাওঠলৈ ক্ৰমাৎ হল। | ‘আ’ এৰি ‘এ’, এ বা ‘ই’ৰ উচ্চাৰ এ | এটা, হেবা, ইং bat. ] | কৰিব খােজোতে ওঠ দুটা আগত থাকি এ | ব্যে, লেজ, নৰেন্দ্র। | বেচিকৈ মেলি দিয়া হয়; কিন্তু জিতাৰ মাজ | ইংthere. | ভােখৰ কোচাই নি তালুৰ কাষ চপাই জি ই| সি, কিন্তু, বৈৰাগী, আৰু তালুৰ মাজৰ ঠাই ঠেক কৰা হয়। জীৱন। লগে লগে জিভাৰ গােৰ তলৰ ফালে যেটি ইং machine. দি আচল কণ্ঠৰ (বা larynx) ওপৰৰ ঠাই- খিনি বিস্তৃত কৰা হয়। মুখৰ এই আকৃতি ঠিক এটা সংকীর্ণ গল বিশিষ্ট বলৰ নিচিনা। পূর্বোক্তৰূপ funnel-shaped reso তৃতীয় বিধ আ | মাতৃ, মায়া, মালা। nance cavity. = = = - - -- - অ, মতি, ফণী, যদি মুখ-গহ্বৰৰ আকৃতি দ্বিতীয় বিধ বতলৰ অ’ ! | French-peu. নিচিনাই। কিন্তু ওপৰত কোৱা নিয়মে | তালুৰ মাজৰ ঠাই সংকীর্ণ কৰাৰ বাহিৰে ওঠ দুটাইও কোচ খাই মাজৰ ঠাই ঠেক কৰে আৰু তালুৰ লগত হােৱা চুঙাৰ আকৃতিকে এই উ। অসমীয়াত নাই। | দীঘল কৰি তােলে। মুখৰ এই আকৃতি ঠিক French-Pu. এটা গল থকা বলৰ দৰে । কিন্তু ইয়াৰ গল দ্বিতীয় বিধ ঘৰৰ বতলত কৰি বেচি দীঘল। অ’ৰ উচ্চাৰণ একে নহয়। প্রথম বিশ্ব স্বৰৰ ‘এ’ আৰু তৃতীয় বিধ ৰ উভয়ৰে মাজত অলপ পার্থক্য আছে।