পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসয়দ পাঠ। গছ-বন, জল-থল, সৃষ্টি যি জন, দিলে মােক হাঁহি সেই জগত-ঈশ্বৰ।

চৰাই, পখিলা, ফুল ধন্য তােমালােক, শিকাল কত নােসজ কথা আজি মােক । সকলােৰে প্রতি ভাই, এনে স্নেহ যাৰ, তেওঁৰ পদত আহা, কৰে। নমস্কাৰ।

  • সমাপ্ত ৯