পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


অসমীয়া আদি পাঠ। ছয় ৰস।। মিঠা, টেঙ্গা, লুণীয়া, কেহ, তিতা আৰু জলা। ১৮ পাঠ। সেৱা।


অ'কুলি চৰাই, অকুলি চৰাই, | কোমল কণ্ঠৰ পৰা, কাৰ শিকনিত, গান সুললিত, গােৱা হিয়া জুৰ কৰা ? যাৰ কৃপাগুণে ভাই লভিলে পৰাণ, ক্ষুদ্র ই কণ্ঠত তেওঁ দিছে এনে গান।