পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
অসমীয়া আদি পাঠ

তলত বহি ৰামায়ণ পুথি পঢ়ে। দুয়ো সখীয়ে ওচৰত বহি শুনি থাকে।

অনেক প্ৰকাৰৰ সংযোগী আখৰ ।

( দুই আখৰীয়া )

ক্      ক্ক   মক্কা, ধিক্কাৰ ।
ক্      ক্ত   ভক্ত, শক্তি ।
গ্      গ্ধ   দুগ্ধ, মুগ্ধ ।
ঙ্      ঙ্ক   অঙ্ক, মেজাঙ্কৰি ।
ঙ্      ঙ্খ   শঙ্খ, টিঙ্খপ ।
ঙ্      ঙ্গ   গঙ্গা, মঙ্গল, আঙ্গঠী ।
ঙ্      ঙ্ঘ   উপলঙ্ঘা, জঙ্ঘা ।
ঙ্   ক্ষ   ঙ্ক্ষ   আকাঙ্ক্ষা, সঙ্ক্ষেপ ।