পৃষ্ঠা:অসমীয়া আদি পাঠ.djvu/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
অসমীয়া আদি পাঠ

তলত বহি ৰামায়ণ পুথি পঢ়ে। দুয়ো সখীয়ে ওচৰত বহি শুনি থাকে।

অনেক প্ৰকাৰৰ সংযোগী আখৰ ।

( দুই আখৰীয়া )

ক্      ক্ক   মক্কা, ধিক্কাৰ ।
ক্      ক্ত   ভক্ত, শক্তি ।
গ্      গ্ধ   দুগ্ধ, মুগ্ধ ।
ঙ্      ঙ্ক   অঙ্ক, মেজাঙ্কৰি ।
ঙ্      ঙ্খ   শঙ্খ, টিঙ্খপ ।
ঙ্      ঙ্গ   গঙ্গা, মঙ্গল, আঙ্গঠী ।
ঙ্      ঙ্ঘ   উপলঙ্ঘা, জঙ্ঘা ।
ঙ্   ক্ষ   ঙ্ক্ষ   আকাঙ্ক্ষা, সঙ্ক্ষেপ ।