পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(১৫) লৰাবিলাকৰ AMPH কুমাৰী মাৰী FATIDA তেওঁ Jo Giar য়াই যোহন বস্কৰ ওচৰত এজন দূত থৈছে। এই দূত যোহনৰ 1 মাক। তেওঁ বৰ ভাল আৰু ধাৰ্মিক আছিল। যোহনৰ দুই বছৰ বয়স হওতেই তেওঁৰ বাপেক ঢুকায়। মৃত্যুৰ সময়ত যোহনৰ মাক মাৰ্গাৰে- টক মতাই আনি ক'লে; মৃত্যুৰ কাৰণে বেচি কষ্ট নাপাৱা। ঈশ্বৰত আশা কৰা। এয়েই কিন্তু মোৰ শেষ কথা। মোৰ লৰা কেইটিক ভালকৈ ডাঙ্গৰ-দীঘল কৰিবলৈ যত্ন কৰিবা। বিশেষকৈ যোহনৰ কাৰণে চিন্তা কৰিবা "। স্বামীৰ শেষ কথা মাৰ্গাৰেটৰ নিমিত্তে শেষ আজ্ঞা হ'ল। তেওঁ ভালকৈ বুজিছিল ৰে মাক সদাচাৰী হলে পুত্ৰও সদাচাৰী হব; বেয়া হলে

পুও তেনে ব। এই বাবে তেওঁ পেনি প্ৰথমে লৰাক দায় ভাল আৰশ 66