পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিদেশৰ বাতৰি ৰোমঃ ১৯ মে তাৰিখে চেপ্ট পিটাৰৰ গিজ্জাত চেন্ট থমাচ ম'ৰ আৰু ছেট যোহন ফিচাৰৰ নাম সাধ, সকলৰ তামৰ লগত ঘোষনা কৰা হব। প্ৰথম জন প্ৰধান মন্ত্ৰী আৰু দ্বিতীয় জন ইংলৰ অত্যাচাৰী ৮ম হেনৰীৰ দিনত বিচপ আছিল। প্ৰথমে এজন কাথলিক আছিল। তেওঁ নিজৰ ঘৈণীয়েকক খেদাই আন এজনা তিৰোতা বিয়া কৰিবলৈ মন মেলিছিল। পপে এই কথাত অমান্তি হ'ল ৰজাৰ বৰ খং উঠি প্ৰটেস্টাট হৈ পৰিল। তেও বহুত তেৰ এই অসৎ আছি অনুকৰণ কৰিবলৈ বাধ্য কৰিছিল আৰু যি বিলাকে তেওৰ এই কথা নুশুনিছিল সেই সকলক বধ কৰিছিল। তেওৰ প্ৰধান মন্ত্ৰী থমাচ ম'ৰে আৰু যোহন ফিচাৰে ৰজাৰ এই কথা নামানিলে। এই কাৰণ তেওলোকে এই অত্যাচাৰী ৰজাৰ বহুত কঠোৰ যন্ত্ৰনা ভোগ কৰিব লগা হৈছিল আৰু শেহত সকলোৰে আগত মুকলি ঠাইত তেওঁলোকৰ শিৰচ্ছেদ কৰা হল। তেওঁলোক নিষ্ঠাৰন্ত কাথলিক আছিল আৰু ঈশ্বৰক অমান্য কৰাৰ সলনি মৰণকে আলিঙ্গণ কৰিলে। লুচঃ ফালৰ এই অসুৰ ঠাইত আমাৰ মাত পবিত্ৰ কুমাৰী মাৰিয়াই অক নুমানী ছোৱালী বানদেটি চুবিৰুচৰ আগত দেখা দিছিল। ইয়াত যীচুৰ প বত্ৰ মাতৃযে বহুত আচৰিত কাম সাধিছে আৰু লৈ যোৱ নৰিয়া সকলক বহুত কৃপা দিছে। ইস্টাৰৰ আগৰ তিন দিনত খ্ৰষ্টীয়ান সকল অ'মাৰ মুক্তি উৎসব সমাধা কৰিবৰ কাৰণে ইযাত গোট শহ শই, হাজাৰে হাজাৰে মানুহ ইয়ালৈ যাব। পঞ্চাশ জনত কৈও অধিক কাডিনেল আৰু বিচপ লগ লাগিব। যি ডোখৰ ঠাইত ঈশ্বৰৰ মাতৃযে দেখা দিছল সেই ডোখৰ ঠাইতে বৃহস্পতি বাৰৰ তিনি বজাৰ পৰা ইষ্টাৰ দেওবাৰৰ তিন বজালৈকে অনবৰত দিনে ৰাতিযে পবিত্ৰ মিচ্চাৰ বলি উচৰ্গা কৰা হব। থক এক হাজাৰ নশ বছৰৰ আগেয়ে আমাৰ মুক্তিৰ কাৰণে প্ৰভু যীচু খ্ৰীষ্টই কুচৰ ওপৰত প্ৰাণত্যাগ কৰিছিল আৰু ই উচিত যে আমি আজি তেওঁক সেই কৃপাৰ কাৰণে ধন্যবাদ দিব লাগে। । খাব।