( ১৩ ) আমি কুমাৰী আৰীয়াৰ প্ৰশংসা কৰি, ঈশ্বৰৰ মৰ্য্যদাৱ কৰে। কুমাৰী মাৰীয়াত ইমান গুণ, মই, গৌৰৱ, পবিত্ৰতা আৰু প্ৰভাৱ দেখি আমি ঈশ্বৰৰ প্ৰশংসা কৰো। যি জন তাইৰ দ্বাৰা আহিল, সেইজনে তাইৰ দ্বাৰা আমাৰ প্ৰতি দয়া কৰিবলৈ বাঞ্চা কৰে। তাই স্বৰ্গত পৰমেশ্বৰৰ ইমান ওচৰত হৈছে, সেই দেখি পবিত্ৰ মলিয়ে তাইৰ প্ৰশংসা কৰিবলৈ আমাক উদগাই দিয়ে। আমাৰ সকলো আৱশ্যকত তাইক শপি ষাম। “প্ৰণাম মাৰীয়া।" এই প্ৰাৰ্থনাত আমি যি তিৰোতা বিলাকৰ মাজত ধন্যা, তাইক আমাৰ নিমিত্তে প্ৰাৰ্থনা কৰিবলৈ সোধ॥ এতিয়া আমাৰ সকলো লাগতীযাল বস্তু পাবৰ কাৰণে আৰু বিশেষকৈ মৰমৰণ কালত, যেতিয়া আমাৰ অত্যাৰ নিস্পতি হব। পবিত্ৰ মগুলীযে মাক পুত্ৰৰ পৰা বিভিন্ন নকৰে। দিনে ২ তিনবাৰ তাই যীচু খ্ৰীষ্টৰ অৱতাৰৰ নিমিত্তে শলাগ লবলৈ নিজ সন্তান বিলাকক উৎসাহ দিয়ে। সেই সমযতো ও যিজনী, যাৰ দ্বাৰা পৰমেশ্বৰৰ পুত্ৰ মানুহ হল, তাই প্ৰশংসা কৰা যায়। সেই দেখি কাথলিক বিলাক। বুমাৰী শাৰীয়াৰ দ্বাৰা উক্ত কথা : -‘পুৰুষ পৰ স্পবে সকলোৱেই মোক ধন্যা বুলিব' এই কথাবোক পূৰ্ণ কৰে। পবিত্ৰ জপমালাৰ মাহ। অক্টোবৰ পবিত্ৰ জপমালাব মাহ। গোটেই পৃথিবীৰ ভাল কাথলিক সকলে ঈশ্বৰৰ মাতৃৰ মানাৰ্থে সদায় গধুলা গাজ্জালৈ মালা পিবল যায। এইটো এটা অতি সুন্দৰ প্ৰাৰ্থনা যিটো কুমাৰী মাৰীয়াই সন্ত দমিনিকক নিজেই শিকাইছিল। জপ মালা জপোতে আমি যীচু খ্ৰীষ্টৰ জীবন ও মৰনৰ ধ্যান কৰি জপিব লাগে। ই এটা অতি উত্তম অস্ত্ৰ যিটোৱে শয়তানৰ লগত যুদ্ধ কৰিবলৈ আমাৰ ক্ষমতা তাছে। যেতিয়া আমাৰ হাতত জপমালা থাকে তাৰ কোনো ক্ষমতা নাথাকে। যি জনে তেওঁক মধ্যস্থ কৰি তেওঁৰ মানাৰ্থে মালা জপ কৰে তেওঁ নিশ্চয় সিজনক সহায় কৰিব।
পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১৭৩
অৱয়ব