পৃষ্ঠা:অসমীয়াৰ বন্ধু.djvu/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(9) ধন্য কুমাৰী মাৰীয়াৰ স্বৰ্গলৈ উত্থান। Illitis। 1 । এই মাহৰ ১৫ তাৰিখে কাথলিক গিৰ্জাই ঈশ্বৰৰ মহতী মাতৃৰ সম্মানাৰ্থে এটা মহত ভোজ পাতিছিল। ই আমাৰ কাৰণে এটা হুকুম পৰব। এই দিনা আমি মাৰীয়াৰ স্বৰ্গ লৈ উত্থান গ্ৰহণ মনত পেলাওঁ; সেয়ে, তাইক সৰ্গৰ মহিমালৈ সোশৰীৰেৰে নিয়া হৈছিল। আমি পুৰনী বুৰঞ্জীত পঢ়িছে। যীচুৰ মাক মৰিল। সেই সময়ত পাচনি বিলাকৰ এজন উপস্থত নাছিল। যেতিয়া তেওঁ বহুত দিনৰ মুৰত আহিল, তেওঁ এবাৰ তাইৰ শৰীৰটো চাবলৈ খুজিছিল; আৰু সেই কাৰণে তেওঁক কৰবলৈ নিয়া হৈছিল। কিন্তু তেওঁলোকে ইয়াক খুলি সুদা দেখি বৰ আচৰিত হ'ল। তেওঁলোকে তাইৰ শৰীৰৰ পৰিবৰে বহুত ধুনীয়া ফুল দেখা পালে। তেতীয়া তেওঁলোকে এটা আচৰিত বাজনা নিলে আৰু ওপৰলৈ চাই পবিত্ৰ কুমাৰীক এটা স্বৰ্গীয় দূতে স্বৰ্গলৈ নিয়া দেখা পালে। সেইটো আমাৰ প্ৰভু যীচু খ্ৰীষ্টই কৰিছিল, যি তেওঁৰ মাকক খুব ভাল পাইছিল আৰু তাইৰ শৰীৰ কবৰত পচিৰলৈ দিয়া নাছিল। তাই শৰীৰৰ পৰাই তেওঁ জমিছিল, সেই গতিকে কেনেকৈ তেওঁ নিৰ্ম্মল শৰীৰক পোফিক গাই শাৰলৈ নিজৰ !